অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নেৱা প্ৰচলিত লিপি

প্ৰচলিত হ'ল ব্ৰাহ্মী লিপিৰ পৰা উৎপত্তি হোৱা ব্ৰাহ্মিক লিপি পৰিয়ালৰ এটা অংশ তথা নেপালী লিপিৰ পৰা বিকশিত হোৱা এক প্ৰকাৰৰ আবুগিদা লিপি ৷ নেৱাৰী বা নেপাল ভাষা, সংস্কৃত আৰু পালি ভাষা লিখাৰ ক্ষেত্ৰত এই লিপি ব্যবহাৰ কৰা হয় ৷ ছিকিম চৰকাৰৰ বুলেটিন ছিকিম হেৰাল্ড (নেৱাৰী সংস্কৰণ)কে ধৰি বিভিন্ন প্ৰকাশন…

হালনাগাদ: ২৭ এপ্ৰিল ২০২৬ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ
১৯২৪ চনৰ ৭ মে' তাৰিখে লাছাৰ পৰা কাঠমাণ্ডুলৈ প্ৰেৰণ কৰা নেপাল ভাষা আৰু নেপাল লিপিৰ চিঠি।
১৯২৪ চনৰ ৭ মে' তাৰিখে লাছাৰ পৰা কাঠমাণ্ডুলৈ প্ৰেৰণ কৰা নেপাল ভাষা আৰু নেপাল লিপিৰ চিঠি।ছবি: Uray1130 · CC0

প্ৰচলিত হ'ল ব্ৰাহ্মী লিপিৰ পৰা উৎপত্তি হোৱা ব্ৰাহ্মিক লিপি পৰিয়ালৰ এটা অংশ তথা নেপালী লিপিৰ পৰা বিকশিত হোৱা এক প্ৰকাৰৰ আবুগিদা লিপি ৷ নেৱাৰী বা নেপাল ভাষা, সংস্কৃত আৰু পালি ভাষা লিখাৰ ক্ষেত্ৰত এই লিপি ব্যবহাৰ কৰা হয় ৷ ছিকিম চৰকাৰৰ বুলেটিন ছিকিম হেৰাল্ড (নেৱাৰী সংস্কৰণ)কে ধৰি বিভিন্ন প্ৰকাশন এতিয়াও এই লিপিতে প্ৰকাশ পায়।

স্বৰবৰ্ণ

Prachalit vowels.png
ছবি: Jugydmort · CC BY-SA 4.0

ব্যঞ্জনবৰ্ণ

Prachalit consonants.png
ছবি: Jugydmort · CC BY-SA 4.0

চিহ্ন

Prachalit signs.png
ছবি: Jugydmort · CC BY-SA 4.0

সংখ্যা

Prachalit digits.png
ছবি: Jugydmort · CC BY-SA 4.0

সম্পৰ্কিত শ্ৰেণী

লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেৱা প্ৰচলিত লিপি” প্ৰবন্ধৰ সংশোধন ৬০৩১৯৪ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।