নেপচুন (ইংৰাজীত: Neptune) সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্বৰ দিশত এই গ্ৰহটো অষ্টম আৰু আকাৰ আয়তনৰ দিশত সৌৰজগতৰ চতুৰ্থ বৃহত্তম গ্ৰহ আনহাতে ভৰৰ দিশত এই গ্ৰহটোৱে তৃতীয় স্থান অধিকাৰ কৰিছে। ৰোমানলোকসকলৰ সাগৰীয় দেৱতা নেপচুনৰ পৰাই গ্ৰহটোৰ নাম নেপচুন ৰখা হৈছে।

বাহ্যিক সংযোগ
- NASA's Neptune fact sheet
- "Neptune." Smith, Bradford A. World Book Online Reference Center. 2004. World Book, Inc. (NASA.gov)
- Neptune from Bill Arnett's nineplanets.org
- Neptune Astronomy Cast episode #63, includes full transcript.
- Neptune Profile at NASA's Solar System Exploration site
- Planets – Neptune A children's guide to Neptune.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপচুন” প্ৰবন্ধৰ সংশোধন ৫৬৬১৮৪ (২৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।