হিন্দু শাস্ত্ৰত ধন্যমালিনী (Dhanyamalini) ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী আছিল। তেওঁ এগৰাকী নম্ৰ আৰু যত্নশীল মহিলা আছিল। তেওঁৰ প্ৰকৃত পৰিচয় অজ্ঞাত যদিও কিছুমান কাহিনীয়ে তেওঁক মায়াসুৰৰ জীয়ৰী আৰু মন্দোদৰীৰ ভগ্নী বুলি উল্লেখ কৰে।১ ধন্যমালিনী আৰু ৰাৱণৰ পুত্ৰ চাৰিগৰাকী; অতিকায়, নৰান্তক-দেৱান্তক আৰু ত্ৰিশিৰা।২৩
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ www.dek-d.com/board/view/1665174/
- ↑ Nāyuḍū, Su Śaṅkara Rājū; Shankar Raju Naidu, S. (1971). A Comparative Study of Kamba Ramayanam and Tulasi Ramayan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধন্যমালিনী” প্ৰবন্ধৰ সংশোধন ৪১৯৬৪২ (২৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।