অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ধিক্ৰি

ধিক্ৰি প্ৰধানকৈ দক্ষিণ নেপালৰ থাৰু লোকসকলে প্ৰস্তুত কৰা নেপালী ভাপত সিজোৱা চাউলৰ পিঠা। মাঘী উৎসৱৰ বাবে ই এক অপৰিহাৰ্য খাদ্য। ইয়াৰ উপৰি আন আন উৎসৱ যেনে দশাইন আৰু ছঠত ইয়াক পৰিৱেশন কৰা হয়। গৰম পানী আৰু চাউলৰ গুড়ি দি মথি এই পিঠা প্ৰস্তুত কৰা হয়। পিঠাগুৰিটোক চচ্চেজৰ আকৃতি দিয়া হয়।

হালনাগাদ: ৪ ডিচেম্বৰ ২০২৫ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ধিক্ৰি প্ৰধানকৈ দক্ষিণ নেপালৰ থাৰু লোকসকলে প্ৰস্তুত কৰা নেপালী ভাপত সিজোৱা চাউলৰ পিঠা। মাঘী উৎসৱৰ বাবে ই এক অপৰিহাৰ্য খাদ্য। ইয়াৰ উপৰি আন আন উৎসৱ যেনে দশাইন আৰু ছঠত ইয়াক পৰিৱেশন কৰা হয়।১

গৰম পানী আৰু চাউলৰ গুড়ি দি মথি এই পিঠা প্ৰস্তুত কৰা হয়। পিঠাগুৰিটোক চচ্চেজৰ আকৃতি দিয়া হয়। তাৰ পিছত ইয়াৰ ওপৰত কপাহী কাপোৰ এখন ৰাখি ভাপত দিয়া হয়। ইয়াক টেঙা আচাৰ, মচুৰ দাইলৰ চূপ বা তৰকাৰীৰ সৈতে পৰিৱেশন কৰা হয়।২৩

তথ্যসূত্ৰ

  1. ↑ दशैंको विशेष परिकार ढिक्रि
  2. ↑ (2016-01-16). Tharu Cuisines and Delicacies (in Pictures). The Nepali Food Blog - theGundruk.com
  3. ↑ Dhikri in Maghe – Boss Nepal

সম্পৰ্কিত শ্ৰেণী

খাদ্যনেপালৰ খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধিক্ৰি” প্ৰবন্ধৰ সংশোধন ৫৬০৮২৬ (৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।