অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়

ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ২০২০ চনত অসমৰ ধেমাজি জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১ চনত মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ২০২১ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

হালনাগাদ: ১৬ এপ্ৰিল ২০২৫ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ২০২০ চনত অসমৰ ধেমাজি জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১ চনত মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হৈছিল।১ ২০২১ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।২ ৩ মহাবিদ্যালয় খনে ২০২০-২১ শিক্ষাবৰ্ষৰ পৰা অভিযান্ত্ৰিক পাঠ্যক্ৰম আৰম্ভ কৰে। মহাবিদ্যালয়খন সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ স্বীকৃৰ্তি প্ৰাপ্ত আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত।৪ এইখন অসমৰ সপ্তমখন ৰাজ্যিক চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত অভিযান্ত্ৰিক মহাবিদ্যালয়।৫

পাঠ্যক্ৰম

মহাবিদ্যালয়খনে কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক, ব্যৱহাৰিক আৰু যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়ায় আৰু ই অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।৬

বিভাগসময়আসন
ব্যৱহাৰিক অভিযান্ত্ৰিক৪ বছৰ৬০
কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক৪ বছৰ৬০
যান্ত্ৰিক অভিযান্ত্ৰিক৪ বছৰ৬০

নামভৰ্তি

তথ্যসূত্ৰ

  1. ↑ DHEMAJI ENGINEERING COLLEGE TO OFFER MECHANICAL, CIVIL, ELECTRICAL COURSES
  2. ↑ (2021-02-22). PM inaugurates important Oil & Gas projects and Engineering Colleges in Assam. pib.gov.in. Press Information Bureau, Government of India
  3. ↑ The youth of Assam have amazing potential,' says PM Modi as he inaugurates engineering colleges in the state
  4. ↑ Affiliated Colleges. astu.ac.in. Assam Science and Technology University
  5. ↑ Edited by Bishal Kalita. (2021-02-22). PM Modi To Inaugurate Engineering College In Assam Today. NDTV
  6. ↑ About

সম্পৰ্কিত শ্ৰেণী

অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহঅসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫০৩৭৪৭ (১৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।