অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ধৃতৰাষ্ট্ৰ

মহাভাৰতত ধৃতৰাষ্ট্ৰ (धृतराष्ट्र, dhṛtarāshtra; lit. "a good king") হ'ল হস্তিনাপুৰৰ ৰজা তথা দুৰ্যোধনৰ পিতৃ। গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী হ'ল তেখেতৰ পত্নী। তেওঁ জন্মান্ধ আছিল। আৰু এশ এটা সন্তানৰ (এজনী জীয়ৰী) পিতৃ আছিল।

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মহাভাৰতত ধৃতৰাষ্ট্ৰ (धृतराष्ट्र, dhṛtarāshtra; lit. "a good king"১) হ'ল হস্তিনাপুৰৰ ৰজা তথা দুৰ্যোধনৰ পিতৃ। গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী হ'ল তেখেতৰ পত্নী। তেওঁ জন্মান্ধ আছিল। আৰু এশ এটা সন্তানৰ (এজনী জীয়ৰী) পিতৃ আছিল। মহাভাৰতৰ এই চৰিত্ৰটোৱে মহাভাৰতৰ দৰে প্ৰলয়ংকাৰী যুদ্ধত কৌৰৱ আৰু পাণ্ডৱ উভয় পক্ষক নিবৃত্ত কৰিব নোৱাৰিলে।

তথ্যসূত্ৰ

  1. ↑ Apte, Vaman Shivaram. (1957). A practical Sianskrit-English Dictionary. Prasad Prakashan

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৃতৰাষ্ট্ৰ” প্ৰবন্ধৰ সংশোধন ৪০৩১১৪ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।