অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ধূপধৰা

ধূপধৰা নামনি অসমৰ গোৱালপাৰা জিলাৰ পূবে অৱস্থিত এখন গাঁও। ই মেঘালয়ৰ সীমান্তবৰ্তী এখন গাঁও। ইয়াতে ধূপধৰা ষ্টেচন বুলি এখন ৰে'লওয়ে ষ্টেচন আছে। কামাখ্যা জংচন- নিউ বঙাইগাঁও ৰে'ল (গোৱালপাৰায়েদি) লাইনটো ইয়াৰ ওপৰেদি পাৰ হৈছে।

হালনাগাদ: ৭ মে’ ২০২৩ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ধূপধৰা নামনি অসমৰ গোৱালপাৰা জিলাৰ পূবে অৱস্থিত এখন গাঁও। ই মেঘালয়ৰ সীমান্তবৰ্তী এখন গাঁও।

ইয়াতে ধূপধৰা ষ্টেচন বুলি এখন ৰে'লওয়ে ষ্টেচন আছে। কামাখ্যা জংচন- নিউ বঙাইগাঁও ৰে'ল (গোৱালপাৰায়েদি) লাইনটো ইয়াৰ ওপৰেদি পাৰ হৈছে। গোৱালপাৰা হৈ নিউ বঙাইগাঁও-কামাখ্যা লাইনটোৰ দৈৰ্ঘ্য হৈছে ১৭৬ কিলোমিটাৰ, আৰু দুধনৈৰ পৰা ধূপধৰালৈকে ইয়াৰ দৈৰ্ঘ্য হৈছে ২৯.৭১ কিলোমিটাৰ।১২৩

শিক্ষা

গাঁওখনত কেইবাখনো বিদ্যালয়-মহাবিদ্যালয় আছে। সেইকেইটা হ'ল;

  1. শংকৰদেৱ শিশু বিদ্যা নিকেতন, ধূপধৰা৪
  2. ছেন্ট থেৰেছা ইংলিছ মিডিয়াম স্কুল
  3. ধূপধৰা হাইস্কুল
  4. চৰকাৰী বিষ্ণু ৰাভা প্ৰাথমিক বিদ্যালয়
  5. বিষ্ণুপুৰ মাধ্যমিক বিদ্যালয়
  6. জয়চন্দ্ৰ মেধি মাধ্যমিক বিদ্যালয়
  7. বিকালি মহাবিদ্যালয়
  8. ট্ৰিনিটি জুনিয়ৰ কলেজত

তথ্যসূত্ৰ

  1. ↑ www.sentinelassam.com/guwahati-city/nf-railway-c
  2. ↑ nenow.in/north-east-news/assam/assam-dudhnai-dhu
  3. ↑ easternmirrornagaland.com/double-line-between-du
  4. ↑ www.asomiyapratidin.in/homepage/silver-jubilee-p

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধূপধৰা” প্ৰবন্ধৰ সংশোধন ৩৬৪৬২৬ (৭ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।