ধূসৰতাত সংহত শ্ৰৱণ (Dhusaratat Sanghata Shravan) হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া বিজ্ঞানী তথা লেখক ৰুবুল মাউতৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় গল্প সংকলন।১২ এই গ্ৰন্থখন ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশিত হৈছে। সংকলনখনত মুঠ ১০টা গল্প সংকলিত কৰা হৈছে। গল্পপুথিখনৰ প্ৰকাশক পূৰ্বায়ণ প্ৰকাশন।
বিৱৰণ
গ্ৰন্থখনত সন্নিৱিষ্ট গল্পকেইটা হ’ল- বহিৰাগত, ধূসৰতাত এমিলি, শিখা জ্বলে যেতিয়া, সহৃদয়তা, কাকতালীয়, ধূসৰতাত সংহত শ্ৰৱণ, নিৰ্মলা পেহীৰ মৃত্যু, অনুগত, অপেক্ষাত আৰু নিজানত৷
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ www.bakerlab.org/index.php/members/rubul-mout/
- ↑ Dr. Rubul Maut. Purbayon Publication
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধূসৰতাত সংহত শ্ৰৱণ” প্ৰবন্ধৰ সংশোধন ৬১৩৮১৮ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।