ধৌলি বা ধৌলিগিৰি ভাৰতৰ ওড়িশা ৰাজ্যৰ ৰাজধানী ভূৱনেশ্বৰৰপৰা ৮ কিলোমিটাৰ দক্ষিণে দয়া নদীৰ পাৰত অৱস্থিত এটি পাহাৰ।
গুৰুত্ব
ধৌলি "ধৌলি শান্তি স্তুপ"ৰ বাবে জনাজাত। ই জাপান বুদ্ধ সংঘ আৰু কলিংগ নিপ্পন বুদ্ধ সংঘই নিৰ্মাণ কৰা শান্তি পেগোডা বা স্মৃতিসৌধ।১২৩৪৫

ধৌলি পাহাৰক কলিংগ যুদ্ধ হোৱা অঞ্চল বুলি ধৰা হয়।৬
তথ্যসূত্ৰ
- ↑ Odisha Tourism: Dhauligiri. odishatourism.gov.in
- ↑ Chowdhary, Charu. (25 December 2018). Dhauli Hills in Odisha is Home to The Stunning Shanti Stupa And More · India.com. www.india.com
- ↑ Shanti Stupa. The Times of India
- ↑ Floristic Diversity Assessment of Dhauligiri Hill and its Adjoining Areas of Bhubaneswar City, Odisha. ResearchGate
- ↑ Urmi: The Journal of the Odisha Society of Americas 49th Convention: For Annual Convention Held in 2017 at Dearborn, Michigan. Odisha Society of the Americas. পৃ. 57
- ↑ Kalinga War and its impact on Ashoks. India Video
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৌলি” প্ৰবন্ধৰ সংশোধন ৫৪১৫৮৬ (৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।