অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

তিয়ঁহৰ কেক

তিয়ঁহৰ কেক হৈছে তিয়ঁহক প্ৰাথমিক উপাদান হিচাপে ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এবিধ কেক। অতিৰিক্ত উপাদানসমূহৰ ভিতৰত সাধাৰণ কেকৰ উপাদান যেনে, আটা, চেনি, কণী আৰু বেকিং পাউদাৰ আদি থাকিব পাৰে। ইয়াক ডেজাৰ্ট কেক হিচাপে পৰিৱেশন কৰিব পাৰি আৰু কিছুমান প্ৰকাৰৰ ওপৰত আইচিং দিয়া হয়।

হালনাগাদ: ১৩ নৱেম্বৰ ২০২৪ ৬৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

তিয়ঁহৰ কেক হৈছে তিয়ঁহক প্ৰাথমিক উপাদান হিচাপে ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এবিধ কেক। অতিৰিক্ত উপাদানসমূহৰ ভিতৰত সাধাৰণ কেকৰ উপাদান যেনে, আটা, চেনি, কণী আৰু বেকিং পাউদাৰ আদি থাকিব পাৰে।১ ইয়াক ডেজাৰ্ট কেক হিচাপে পৰিৱেশন কৰিব পাৰি২ আৰু কিছুমান প্ৰকাৰৰ ওপৰত আইচিং দিয়া হয়।১

টাৱছ’লি

তিয়ঁহৰ কেকক টাৱছ’লি বা টাউছালি (কণী বিহীন কেক) বুলি ক'ব পাৰি আৰু ই গোৱাৰ খাদ্য সম্ভাৰৰ এক খাদ্য।৩৪ তিয়ঁহ ব্যৱহাৰ কৰি টাৱছ’লি প্ৰস্তুত কৰা হয় আৰু অতিৰিক্ত উপাদানসমূহৰ ভিতৰত চাউল, নাৰিকল, গুড়, ঘিঁউ, কাজু আৰু ইলাচি থাকিব পাৰে।৫৪ কেকৰ ওপৰত হালধিৰ পাত বেক কৰাৰ আগতে ৰাখিব পাৰি, যিয়ে সুগন্ধিযুক্ত কৰে।৩ ইয়াক ব্ৰেকফাষ্টৰ খাদ্য হিচাপে পৰিৱেশন কৰিব পাৰি আৰু ইয়াক ঢোকলাৰ শৈলীত প্ৰস্তুত কৰিব পাৰি আৰু ভাপত দিও প্ৰস্তুত কৰা হয়।৬

তথ্যসূত্ৰ

  1. ↑ চিনয়
  2. ↑ মিড ডে ফিষ্ট
  3. ↑ টাৱছ’লি
  4. ↑ টাৱা
  5. ↑ খাদ্য
  6. ↑ স্বাস্থ্য সন্মত খাদ্য

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় খাদ্যখাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিয়ঁহৰ কেক” প্ৰবন্ধৰ সংশোধন ৪৪৪৬৫২ (১৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।