তিমি হৈছে এক প্ৰকাৰৰ জলজ প্ৰাণীৰ এক বিচিত্কতাৰে ভৰা অনুবৰ্গ।১ তিমিৰ প্ৰায় ৮৮টা জীৱিত প্ৰজাতি আছে। তিমিৰ দুটা উপ-বৰ্গ হৈছে Mysticeti আৰু Odontoceti। হোৱেল, ডলফিন আৰু পৰপইজ, হৈছে তিমিৰ অশ্ৰেণীকৃত উপগোট।২৩৪৫
তিমিৰ আকাৰ আৰু ওজন ক্ৰমে প্ৰায় 4.5 ফুট আৰু 120 lbsৰ পৰা 110 ফুট আৰু 210 ST পৰ্যন্ত হোৱা দেখা যায়। নীলী তিমি পৃথিৱীৰ আটাইটকৈ ডাঙৰ জীৱ।
তথ্যসূত্ৰ
- ↑ Groves; Colin; Grubb, Peter. (2011). Ungulate taxonomy. JHU Press
- ↑ Gatesy, J. (1 May 1997). More DNA support for a Cetacea/Hippopotamidae clade: the blood-clotting protein gene gamma-fibrinogen. Molecular Biology and Evolution. পৃ. 537–543
- ↑ Boisserie, Jean-Renaud; Lihoreau, Fabrice and Brunet, Michel. (2005). The position of Hippopotamidae within Cetartiodactyla. Proceedings of the National Academy of Sciences. পৃ. 1537–1541
- ↑ (2005-01-25). Scientists find missing link between the dolphin, whale and its closest relative, the hippo. Science News Daily
- ↑ National Geographic – Hippo: Africa's River Beast. National Geographic
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিমি” প্ৰবন্ধৰ সংশোধন ২৩৫৭২৮ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।