অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তিন তাল (তবলা)

তিন তাল তবলাৰ এটি তাল। এই তালক তবলাৰ প্ৰধান তাল বুলিব পাৰি।

হালনাগাদ: ২৫ অক্টোবৰ ২০২২ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

তিন তাল তবলাৰ এটি তাল। এই তালক তবলাৰ প্ৰধান তাল বুলিব পাৰি।

তালটো

তিন তালৰ ঠেকা১----

ধাধিনধিনধা।
x
ধাধিনধিনধা।
২
ধাতিনতিনতা।
০
তাধিনধিনধা।
৩

বিশেষত্ব

তিন তালত ষোল্ল মাত্ৰা আছে। ইয়াৰ ৪টা বিভাগ, প্ৰতি প্ৰতি বিভাগত ৪ মাত্ৰাকৈ। তালটোৰ প্ৰথম মাত্ৰাত সম্, পঞ্চম আৰু ত্ৰয়োদশ মাত্ৰাত তালি আৰু নৱম মাত্ৰাত খালি। এই তাল প্ৰায় স্বতন্ত্ৰ বাদনত আৰু ভজন আদিত ব্যৱহাৰ কৰা হয়।২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ raag-hindustani.com/Rhythm.html ৰাগ হিন্দুস্তানী আহৰণ কৰা হৈছে ৩১/৩/২০১৫
  2. ↑ তবলা বিজ্ঞান গ্ৰন্থ

সম্পৰ্কিত শ্ৰেণী

সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিন তাল (তবলা)” প্ৰবন্ধৰ সংশোধন ৩৩৫৬৮১ (২৫ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।