অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তাৰা দেৱী (গায়িকা)

তাৰা দেৱী তাৰা দেৱী শ্ৰেষ্ঠা (জন্ম:১৫ জানুৱাৰী, ১৯৪৬ –মৃতু্্য: ২৩ জানুৱাৰী ২০০৬) পেছাদাৰীভাৱে তাৰা দেৱী নামেৰে জনাজাত। তেওঁ এগৰাকী নেপালী গায়িকা আছিল। তেওঁক "নেপালৰ নাইটিংগেল" বুলি জনা যায়। তেওঁৰ জীৱনকালত ৪,০০০ ৰো অধিক গান ৰেকৰ্ড কৰিছিল।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

তাৰা দেৱী তাৰা দেৱী শ্ৰেষ্ঠা (জন্ম:১৫ জানুৱাৰী, ১৯৪৬ –মৃতু্্য: ২৩ জানুৱাৰী ২০০৬) পেছাদাৰীভাৱে তাৰা দেৱী নামেৰে জনাজাত। তেওঁ এগৰাকী নেপালী গায়িকা আছিল। তেওঁক "নেপালৰ নাইটিংগেল" বুলি জনা যায়। ১তেওঁৰ জীৱনকালত ৪,০০০ ৰো অধিক গান ৰেকৰ্ড কৰিছিল।২ তাৰা দেৱীৰ সংগীতৰ বিষয়বস্তু বেছিভাগ দেশপ্ৰেম আৰু জাতীপ্ৰেম আছিল।৩

তথ্যসূত্ৰ

  1. ↑ Swar Kinnari Tara Devi
  2. ↑ Tara Devi MP3 Songs
  3. ↑ Nepali Singer Tara Devi Dies at 60 OhMyNews – 23 January 2006

সম্পৰ্কিত শ্ৰেণী

গায়িকানেপালৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰা দেৱী (গায়িকা)” প্ৰবন্ধৰ সংশোধন ৪৯১৩৪২ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।