অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

তিনিচুকীয়া মহাবিদ্যালয়

তিনিচুকীয়া মহাবিদ্যালয় তিনিচুকীয়া জিলাত অৱস্থিত উচ্চ শিক্ষাৰ এখন প্ৰধান শিক্ষানুষ্ঠান। তিনিচুকীয়া নগৰৰ পৰ্বতীয়াস্থিত এই মহাবিদ্যালয়খন ১৯৫৬ চনত প্ৰতিষ্ঠা হয়। তিনিচুকীয়া মহাবিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।

হালনাগাদ: ১৭ ডিচেম্বৰ ২০২৩ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

তিনিচুকীয়া মহাবিদ্যালয় তিনিচুকীয়া জিলাত অৱস্থিত উচ্চ শিক্ষাৰ এখন প্ৰধান শিক্ষানুষ্ঠান। তিনিচুকীয়া নগৰৰ পৰ্বতীয়াস্থিত এই মহাবিদ্যালয়খন ১৯৫৬ চনত প্ৰতিষ্ঠা হয়। তিনিচুকীয়া মহাবিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে। ইয়াৰোপৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শাখা এটাও মহাবিদ্যালয়খনত অৱস্থিত। তিনিচুকীয়া মহাবিদ্যায়ৰ বৰ্তমান অধ্যক্ষ হ'ল ডঃ সূৰ্য চেতিয়া।১

বিভাগ

বিজ্ঞান

  • ৰসায়ন বিজ্ঞান
  • গণিত
  • পদাৰ্থ বিজ্ঞান
  • পৰিসংখ্যা
  • কম্পিউটাৰ বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • জীৱ বিজ্ঞান

ক'লা আৰু বাণিজ্য

  • অসমীয়া
  • হিন্দী
  • ইংৰাজী
  • ইতিহাস
  • শিক্ষা
  • অৰ্থনৈতিক বিজ্ঞান
  • দৰ্শন শাস্ত্ৰ
  • ৰাজনৈতিক বিজ্ঞান
  • ভূগোল
  • বাণিজ্য

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Dibrugarh University

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহতিনিচুকীয়া জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিনিচুকীয়া মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৯৮০০৪ (১৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।