তিব্বতী লিপি হৈছে তিব্বতী, জোংখা, ছিকিমিজ, লাডাখী, জিৰেল আৰু বাল্টিকে ধৰি কিছুমান বিশেষ তিব্বতী ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ভাৰতীয় মূলৰ এটা খণ্ডগত লিখন ব্যৱস্থা (আবুগিদা)৷ তিব্বতৰ সৈতে ঘনিষ্ঠ সাংস্কৃতিক সংস্পৰ্শত থকা কিছুমান অতিব্বতী ভাষাৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হৈছে, যেনে ঠাকালি আৰু পুৰণি তুৰ্কী। ১ ছপা ৰূপটোক uchen লিপি বুলি কোৱা হয় আনহাতে দৈনন্দিন লিখনিত ব্যৱহৃত হাতেৰে লিখা কাৰ্চিভ ৰূপটোক umê লিপি বোলা হয়। এই লেখা পদ্ধতি হিমালয়, আৰু তিব্বতত ব্যৱহাৰ কৰা হয় ৷ এই লিপি ভাৰত, নেপাল, ভূটান আৰু তিব্বতৰ বিভিন্ন অঞ্চলত বিস্তৃত এক বহল জনগোষ্ঠীয় তিব্বতী পৰিচয়ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ২ তিব্বতী লিপি গুপ্ত লিপিৰ পৰা ব্ৰাহ্মিক মূলৰ আৰু মেইটেই, লেপচা, ৩ মাৰ্চেন আৰু বহুভাষিক ʼফাগছ-পা লিপিৰ দৰে লিপিৰ পূৰ্বপুৰুষ। ৩
বৰ্ণমালা
স্বৰবৰ্ণ
| অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) | IAST | তিব্বতী | স্বৰচিহ্ন | অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) | IAST | তিব্বতী | স্বৰচিহ্ন | |
| অ | ཨ | ঔ | ཨཽ | ཽ | ||||
| আ | ཨཱ | ཱ | ঋ | རྀ | ྲྀ | |||
| ই | ཨི | ི | ৠ | རཱྀ | ཷ | |||
| ঈ | ཨཱི | ཱི | ৯ | ལྀ | ླྀ | |||
| উ | ཨུ | ུ | ৡ | ལཱྀ | ཹ | |||
| ঊ | ཨཱུ | ཱུ | অং | ཨཾ | ཾ | |||
| এ | ཨེ | ེ | অঁ | ཨྃ | ྃ | |||
| ঐ | ཨཻ | ཻ | অঃ | ཨཿ | ཿ | |||
| ও | ཨོ | ོ |
ব্যঞ্জনবৰ্ণ
| অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) | IAST | তিব্বতী | অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) | IAST | তিব্বতী | |
| ক | ཀ | দ | ད | |||
| খ | ཁ | ধ | དྷ | |||
| গ | ག | ন | ན | |||
| ঘ | གྷ | প | པ | |||
| ঙ | ང | ফ | ཕ | |||
| চ | ཙ | ব | བ | |||
| ছ | ཚ | ভ | བྷ | |||
| জ | ཛ | ম | མ | |||
| ঝ | ཛྷ | য় | ཡ | |||
| ঞ | ཉ | ৰ | ར | |||
| ট | ཊ | ল | ལ | |||
| ঠ | ཋ | ৱ | ཝ | |||
| ড | ཌ | শ | ཤ | |||
| ঢ | ཌྷ | ষ | ཥ | |||
| ণ | ཎ | স | ས | |||
| ত | ཏ | হ | ཧ | |||
| থ | ཐ | ক্ষ | ཀྵ |
সংখ্যা
thumb|350px|center
তথ্যসূত্ৰ
- ↑ Manzardo. Impression Management and Economic Growth: The Case of the Thakalis of Dhaulagiri Zone. Kailash: A Journal of Himalayan Studies
- ↑ Chamberlain 2008
- ↑ Daniels, Peter T. and William Bright
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিব্বতী লিপি” প্ৰবন্ধৰ সংশোধন ৬০৯১২৪ (২৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।