অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

তিল

তিল (; বৈজ্ঞানিক নাম Sesamum indicum) এবিধ Sesamum গোত্ৰৰ ফুলৰ গছ। ইয়াৰ ওচৰ সম্বন্ধীয় উদ্ভিদ আফ্ৰিকাত যথেষ্ট পোৱা যায়। ভাৰততো ইয়াৰ কিছু জাতিত দেখা যায়। খোৱা বীজ হিচাপে ব্যৱহাৰ হোৱা তিল বিষুৱ অঞ্চলত যথেষ্ট পৰিমাণে খেতি হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

তিল (; বৈজ্ঞানিক নাম Sesamum indicum) এবিধ Sesamum গোত্ৰৰ ফুলৰ গছ। ইয়াৰ ওচৰ সম্বন্ধীয় উদ্ভিদ আফ্ৰিকাত যথেষ্ট পোৱা যায়। ভাৰততো ইয়াৰ কিছু জাতিত দেখা যায়। খোৱা বীজ হিচাপে ব্যৱহাৰ হোৱা তিল বিষুৱ অঞ্চলত যথেষ্ট পৰিমাণে খেতি হয়। সাধাৰণেত ইয়াৰ ফুল ৰং হালধীয়া হয় যদিও কিছু কিছু জাতৰ নীলা অথবা বেঙুনীয়াও দেখা যায়।

ইয়াৰ গছৰ উচ্চতা ৫০ ছে.মি. ৰ পৰা ১০০ ছে.মি.ৰ ভিতৰত হয়। পাত বিলাক গছডালৰ পৰস্পৰৰ বিপৰীত দিশত থাকে আৰু প্ৰায় ৪ ৰ পৰা ১৪ ছে.মি. দীঘল হয়। গছ জোপা গুৰি অংশই প্ৰায় ৫ ছে.মি. অঞ্চল অধিকাৰ কিৰ থাকে। ওপৰ দিশত ই ক্ৰমান্বেয় পাতল হৈ গৈ থাকে আৰু ফুল ফুলা অঞ্চলটো প্ৰায় ১ ছে.মি. বহল হয়ৈগ। ফুলবোৰ বগাৰ পৰা বেঙুনীয়া বৰণৰ হয়। ই টিলিঙা আকাৰৰ, প্ৰায় ৩ ৰ পৰা ৫ ছে.মি. দীঘল আৰু মুখত চাৰিটা ধেনুভিৰীয়া অংশ থাকে।

Sesame Flower
Sesame Flowerছবি: নৰুনা বৰুৱা · CC BY 4.0

গ্ৰন্থ সংযোগ

  • Bedigian, D. (1984). 'Sesamum indicum L. Crop origin, diversity, chemistry and ethnobotany''. University of Illinois
  • Bedigian, D. (1985). Is še-giš-i sesame or flax?. Bulletin on Sumerian Agriculture. পৃ. 159–178
  • Bedigian, D. (1988). Modern Systematic Studies in African Botany. AETFAT Monographs in Systematic Botany. Missouri Botanical Garden. পৃ. 315–321
  • Bedigian, D. (1998). The Origins of Agriculture and Crop Domestication. The Harlan Symposium. ICARDA. পৃ. 93–101
  • Bedigian, D. (2000). The Cambridge World History of Food. Cambridge University Press. পৃ. 411–421
  • Bedigian, D.; Korošec-Koruza, Zora. (2003). Evolution of sesame revisited: domestication, diversity and prospects. Genetic Resources and Crop Evolution. পৃ. 779–787
  • Bedigian, D. (2003). Food, Fuel and Fields — Progress in African Archaeobotany. Africa Praehistorica. Heinrich-Barth-Institute. পৃ. 17–36
  • Bedigian, D. (2004). IPGRI. Descriptors for Sesame (Sesamum spp.). International Plant Genetic Resources Institute. পৃ. 61–63
  • Bedigian, D. (2004). History and lore of sesame in Southwest Asia. Economic Botany. পৃ. 329–353
  • Bedigian, D. (2006). Taxonomy and Ecology of African Plants, their Conservation and Sustainable Use. Royal Botanic Gardens. পৃ. 481–491
  • Bedigian, Dorothea. (2010). Sesame: The Genus Sesamum. Missouri Botanical Garden. ISBN 978-0-8493-3538-9

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

গুল্মঔষধি উদ্ভিদঅসমৰ উদ্ভিদশস্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিল” প্ৰবন্ধৰ সংশোধন ৬২৪২৪৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।