অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

তিয়ঁহৰ ৰাইতা

তিয়ঁহৰ ৰাইতা, ৰাইতাৰ এটা প্ৰকাৰ, যিটো আন উপাদানত ডুবাই বা চালাড হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াক লগে লগে কটা তিয়ঁহ, কেঁচা জলকীয়া আৰু দৈৰ সৈতে তেয়াৰ কৰা হয় আৰু ইচ্ছা কৰিলে মিহিকৈ কটা বিলাহী আৰু পিয়াঁজ একেলগে মিহলায়ো তৈয়াৰ কৰিব পাৰি।

হালনাগাদ: ১৩ নৱেম্বৰ ২০২৪ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

তিয়ঁহৰ ৰাইতা, ৰাইতাৰ এটা প্ৰকাৰ, যিটো আন উপাদানত ডুবাই বা চালাড হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াক লগে লগে কটা তিয়ঁহ, কেঁচা জলকীয়া আৰু দৈৰ সৈতে তেয়াৰ কৰা হয় আৰু ইচ্ছা কৰিলে মিহিকৈ কটা বিলাহী আৰু পিয়াঁজ একেলগে মিহলায়ো তৈয়াৰ কৰিব পাৰি।১২

বিশেষকৈ গ্ৰীষ্মকালত ই জনপ্ৰিয়, কাৰণ ই শৰীৰ শীতল কৰাত সহায় কৰে।৩ ভাৰতীয় খাদ্যৰ মূল খাদ্যৰ সৈতে ইয়াক প্ৰায়ে পাৰ্শ্ব উপাদান হিচাপে পৰিৱেশন কৰা হয়।

বাহ্যিক সংযোগ

  • Sanjeev Kapoor's Recipe for Raita
  • Benefits of Cucumber Raita

তথ্যসূত্ৰ

  1. ↑ Sedgwick, Fred. (2009). Where words come from: A dictionary of word origins. Continuum International Publishing group. ISBN 9781847062741
  2. ↑ (1986). Basic Food Preparation. Orient Longman Private limited. ISBN 81-250-2300-3
  3. ↑ Diets for the Summer, Marje Gosling, 2014

সম্পৰ্কিত শ্ৰেণী

খাদ্যভাৰতীয় খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিয়ঁহৰ ৰাইতা” প্ৰবন্ধৰ সংশোধন ৪৪৪৬৪৯ (১৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।