অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা

উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, (North East Institute of Science and Technology, NEIST), যোৰহাট টোকোলাই চাহ গৱেষণা কেন্দ্ৰ (Tocklai Experimental Station), যোৰহাট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, Jorhat, RFRI) আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, ডিব্ৰুগড়…

হালনাগাদ: ১৬ মে’ ২০২৬ ৮৫৭ শব্দ · ৫ মিনিট সংগৃহীত ৪৪
সংশোধনৰ পৰামৰ্শ

গৱেষণা প্ৰতিষ্ঠান

বিশ্ববিদ্যালয়

চিকিৎসা মহাবিদ্যালয়

প্ৰযুক্তি আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান

ব্যৱস্থাপনা প্ৰতিষ্ঠান

  • ব্যৱস্থাপনা বিজ্ঞান বিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় (School of Management Science, Tezpur University)
  • বাণিজ্যিক প্ৰশাসন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় (Department of Business Administration, Gauhati University)
  • ব্যৱস্থাপনা অধ্যয়ন বিদ্যালয়, অসম বিশ্ববিদ্যালয় (School of Management Studies, Assam University)
  • ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয় (Centre for Management Studies, Dibrugarh University)
  • অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান (Assam Institute of Management), গুৱাহাটী
  • উত্তৰ-পূব স্থানীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (North Eastern Regional Institute of Management, NERIM), গুৱাহাটী
  • ৰয়েল বাণিজ্যিক বিদ্যালয় (Royal School Of Business), গুৱাহাটী
  • Institute of Strategic Business Management (ISBM), Guwahati
  • ডাৰৱিন বাণিজ্যিক বিদ্যালয় (Darwin School of Business), গুৱাহাটী
  • চি.কে.বি. বাণিজ্য মহাবিদ্যালয় (CKB Commerce College), যোৰহাট
  • গৌহাটী বাণিজ্য মহাবিদ্যালয় (Gauhati Commerce College), গুৱাহাটী
  • ডন বস্ক' ব্যৱস্থাপনা প্ৰতিষ্ঠান (Don Bosco Institute of Management), গুৱাহাটী
  • লখিমপুৰ বাণিজ্য মহাবিদ্যালয়(Lakhimpur Commerce College), উত্তৰ লখিমপুৰ

আইন প্ৰতিষ্ঠান

স্থাপত্যকলা প্ৰতিষ্ঠান

  • গুৱাহাটী স্থাপত্যকলা মহাবিদ্যালয় (Guwahati College of Architecture)
  • ৰয়েল স্থাপত্যকলা বিদ্যালয় (Royal School of Architecture), বেতকুঁচি, গুৱাহাটী

হোটেল ব্যৱস্থাপনা প্ৰতিষ্ঠান

  • উত্তৰ-পূব ব্যৱস্থাপনা বিজ্ঞান প্ৰতিষ্ঠান (North East Institute of Management Science, NEIMS), যোৰহাট

NAACৰ দ্বাৰা মূল্যাংকিত প্ৰতিষ্ঠান

কনিষ্ঠ মহাবিদ্যালয়

  • ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়
  • শ্ৰীমন্ত শঙ্কৰদেৱ একাডেমী, গুৱাহাটী
  • ৰামানুজ গুপ্তা কনিষ্ঠ মহাবিদ্যালয়, শিলচৰ
  • আৰ্যভট্ট কনিষ্ঠ মহাবিদ্যালয়, গুৱাহাটী
  • স্বদেশী একাডেমী, গুৱাহাটী
  • মাধৱ কন্দলী কনিষ্ঠ মহাবিদ্যালয়,কামপুৰ
  • জ্ঞান বিজ্ঞান একাডেমী, ডিব্ৰুগড়

সম্পৰ্কিত শ্ৰেণী

অসমৰ শৈক্ষিক প্ৰতিষ্ঠানঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬০৬৬৮১ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।