অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়

অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়( Assam Rajiv Gandhi University of Cooperative Management) অসমৰ শিৱসাগৰত অৱস্থিত ভাৰতৰ প্ৰথম সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়। ২০১০ চনৰ অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় বিধেয়কৰ দ্বাৰা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।

হালনাগাদ: ১১ নৱেম্বৰ ২০২৪ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়( Assam Rajiv Gandhi University of Cooperative Management) অসমৰ শিৱসাগৰত অৱস্থিত ভাৰতৰ প্ৰথম সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়। ২০১০ চনৰ অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় বিধেয়কৰ দ্বাৰা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।১২ বিশ্ববিদ্যালয়খনে বিশ্ব শিক্ষা শীৰ্ষ-সন্মিলনত(World Education Summit) শ্ৰেষ্ঠ চৰকাৰী পদক্ষেপৰ পদক লাভ কৰিছে।৩

শিক্ষা

বিশ্ববিদ্যালয়খনৰ ৫টা বিদ্যালয় আছে:

  • উদ্যমিতা আৰু ব্যৱস্থাপনা বিদ্যালয় (School of Entrepreneurship and Management)
  • উদ্ভাৱন আৰু প্ৰযুক্তি বিদ্যালয় (School of Innovation and Technology)
  • সংস্কৃতি আৰু গণ-সংযোগ বিদ্যালয়(School of Culture and Media)
  • ৰাজহুৱা নীতি আৰু আইন বিদ্যালয় (School of Public Policy and Law)
  • পৰিস্থিতিবিজ্ঞান আৰু পুষ্টি বিদ্যালয় (School of Ecology and Sustenance)২

তথ্যসূত্ৰ

  1. ↑ State University Assam. University Grants Commission
  2. ↑ (13 April 2013). Country's 1st cooperative management university in Assam. The Economic Times
  3. ↑ ‘Minority Education’ gets prime focus at World Education Meet. Muslim Mirror

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৪৩৮৯১ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।