পূব কামৰূপ মহাবিদ্যালয় কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন চৰকাৰী শিক্ষানুষ্ঠান।১ অঞ্চলটোৰ কেইগৰাকীমান শিক্ষাবিদৰ উদ্যোগত ১৯৭২ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ। শেহতীয়াকৈ মহাবিদ্যালয়খনত জৈৱপদাৰ্থ বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান আদি বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছ।
বিভাগসমূহ
বিজ্ঞান
- পদাৰ্থবিজ্ঞান
- গণিত
- ৰসায়ন বিজ্ঞান
- পৰিসংখ্যা বিজ্ঞান
- কম্পিউটাৰ বিজ্ঞান
- প্ৰাণী বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- জৈৱ পদাৰ্থবিজ্ঞান
- ফুড প্ৰচেচিং এণ্ড কোৱালিটি মেনেজমেন্ট
- ছফটৱেৰ ডেভেলপমেন্ট এণ্ড চিষ্টেম এডমিনিষ্ট্ৰেশ্যন
কলা
- অসমীয়া
- ইংৰাজী
- ইতিহাস
- শিক্ষা
- অৰ্থনীতি বিজ্ঞান
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- ভূগোল বিজ্ঞান
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূব কামৰূপ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬০৪৯৮২ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।