অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Regional Dental College, Guwahati) অসমৰ গুৱাহাটীত অৱস্থিত এখন চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ই উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন দন্ত চিকিৎসাৰ মহাবিদ্যালয়। ‌ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় ১৯৮২ চনত প্ৰতিষ্ঠা কৰা হয়।

হালনাগাদ: ২৮ জুলাই ২০২১ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Regional Dental College, Guwahati) অসমৰ গুৱাহাটীত অৱস্থিত এখন চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ই উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন দন্ত চিকিৎসাৰ মহাবিদ্যালয়। ‌ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় ১৯৮২ চনত প্ৰতিষ্ঠা কৰা হয়। ‌মহাবিদ্যালয়খন ভাৰতীয় দন্ত পৰিষদ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১

তথ্যসূত্ৰ

  1. ↑ List of Affiliated Colleges/Institutions and Courses under Srimanta Sankaradeva University of Health Sciences. AMTRON, Guwahati, Assam.. SRIMANTA SANKARADEVA UNIVERSITY OF HEALTH SCIENCES

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহঅসমৰ চিকিৎসালয়পোখালি (অসম)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়” প্ৰবন্ধৰ সংশোধন ২৮৮৪৯৮ (২৮ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।