অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় (Anandaram Dhekial Phookan College) হৈছে ১৯৫৯ চনত স্থাপিত অসমৰ নগাঁও জিলাৰ দক্ষিণ হয়বৰগাঁৱত অৱস্থিত এখন স্নাতক আৰু স্নাতকোত্ত ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় (Anandaram Dhekial Phookan College) হৈছে ১৯৫৯ চনত স্থাপিত অসমৰ নগাঁও জিলাৰ দক্ষিণ হয়বৰগাঁৱত অৱস্থিত এখন স্নাতক আৰু স্নাতকোত্ত ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১২

বিভাগ

কলা

  • অসমীয়া
  • আৰবী
  • বঙালী
  • শিক্ষা
  • ইংৰাজী
  • অৰ্থনীতি
  • বুৰঞ্জী
  • ৰাজনীতি
  • দৰ্শন

বিজ্ঞান

  • প্ৰাণী বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • ৰসায়ন বিদ্যা
  • পদাৰ্থ বিজ্ঞান
  • ভূগোল
  • গণিত
  • কম্পিউটাৰ বিজ্ঞান
  • পৰিসংখ্যা
  • হাৰ্বেল চায়েঞ্চ এণ্ড টেক্নলজি (Herbal Science & Technology)

বাণিজ্য

মান্যতা

  • ২০১৬ চনত মহাবিদ্যালয়খনে CGPA 3.11 ৰ লগতে 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ' (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘এ’ গ্ৰেড পাবলৈ সক্ষম হয়।৩ মহাবিদ্যালয়খন 'বিশ্ববিদ্যালয় মঞ্জুৰি কমিশন (ভাৰত)' -ৰ দ্বাৰাও স্বীকৃত।৪
  • আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়খনে ২০২০ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ পৰা “ষ্টাৰ কলেজ” (Star college) শীৰ্ষক শিৰোনাম লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Affiliated Colleges. Guahati University
  2. ↑ Provincialised colleges affiliated to Guahati University. Directorate of Higher Education, Assam
  3. ↑ CCycle211936. National Assessment & Accreditation Council
  4. ↑ Colleges in Assam. University Grants Commission

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৭৯৯২৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।