অসম ডনব’স্ক’ বিশ্ববিদ্যালয় ২০০৮ চনৰ ২৯ মাৰ্চত গুৱাহাটীৰ আজাৰাত প্ৰতিষ্ঠা কৰা এখন ব্যক্তিগত বিশ্ববিদ্যালয়। অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ অনুসৰি অসম ডনব’স্ক’ বিশ্ববিদ্যালয় বিধি,২০০৯ ২০০৯ চনৰ ৯ জানুৱাৰীৰ মতে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। Salesians of Don Bosco (SDB)ৰ অধীনৰ ডনব’স্ক’ ছ'ছাইটিয়ে বিশ্ববিদ্যালয়খন পৰিচালনা কৰে।১২৩৪
ডনব’স্ক’ বিশ্ববিদ্যালয় অসমৰ প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয়।
ইতিহাস
উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ সৰ্বাংগীণ উন্নতিৰ বাবে Salesians of Don Bosco ছ'ছাইটিয়ে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। ১৯৩৪ চনত শ্বিলংত ছেইণ্ট এণ্ঠনিচ কলেজ প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা Salesians of Don Boscoয়ে উত্তৰ-পূৰ্বাঞ্চলত কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছে।
- ১১ আগষ্ট, ২০০৮ চনত প্ৰথম অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতকৰ পাঠ্যক্ৰম আৰম্ভ হৈছিল।
- অসম চৰকাৰে অসম ডনব’স্ক’ বিশ্ববিদ্যালয় বিধি ২০০৮ চনত অনুমোদন জনায়।
- ৬ ডিচেম্বৰ, ২০০৮ চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই বিশ্ববিদ্যালয়খন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।
- ২০০৯ চনৰ ২০ আগষ্টত প্ৰথম কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু ২৭ আগষ্টত খাৰঘুলিৰ ডনব’স্ক’ ব্যৱস্থাপনা প্ৰতিষ্ঠান প্ৰথম ব্যৱস্থাপনাৰ স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰা হয়।
- ৮ ডিচেম্বৰ ২০১০ চনত অনলাইন দূৰ শিক্ষা www.dbuglobal.com ত আৰম্ভ কৰা হয়।
শিক্ষা
বিশ্ববিদ্যালয় খনে অভিযান্ত্ৰিক, ব্যৱস্থাপনা, সমাজ বিজ্ঞান, গৱেষণা আৰু দূৰ শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়ায়।
- অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতক পাঠ্যক্ৰম
- Civil Engineering

- Mechanical Engineering
- Computer Science and Engineering
- Electrical and Electronics **Engineering
- Electronics and Communication Engineering
- অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম
- M.T.M. - Master of Management in Engineering & Technology

- M.Tech - Computer Science
- M.Tech - Electronics and Communication Engineering
- M.C.A. - Master of Computer Applications
- সমাজ বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম
- M.S.W. - Master of Social Work

- M. A. - Psychological Counselling
- M. A. - Educational Leadership
- M. A. - Educational Leadership (Executive)
- M. A. - Child Rights & Development
- M. A. - Convergent Media and Technologies
- ব্যৱস্থাপনাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম
- M.B.A. - Marketing Management
- M.B.A. - Human Resource Management
- M.B.A. - Financial Management
- M.B.A. - Operations and General Management
- গৱেষণা আৰু পিএইচ ডি
- Chemical Sciences
- Physics
- Computer Science
- Civil Engineering
- Electrical and Electronics Engineering
- Electronics and Communication Engineering
- Biotechnology
- Business Administration
- Social Work
- Mass Communication, **Language Studie
- Comparative Religion
- North East India Studies.
- দূৰ শিক্ষা পাঠ্যক্ৰম
- Master of Business Administration (MBA) with specialization in General Management
- Logistics & Supply Chain Management
- Operations Management, Retail Management
- Human Resource Management, Finance Management
- Marketing Management
- MBA in Entrepreneurship, Business Management and Strategy;
- MBA in Technology Management
- Master in Business Administration (Executive MBA)
- Master of Computer Applications (MCA).
বহিঃ সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ডনব’স্ক’ বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫২০২৯৫ (২৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।