ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় (Bhawanipur Anchalik College) বজালী জিলাৰ আগশাৰীৰ উচ্চশিক্ষা অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম। মহাবিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১২
পাঠ্যক্ৰম
ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। এই মহাবিদ্যালয়খনে স্নাতককোত্তৰ(দূৰ শিক্ষাৰ মাধ্যমেৰে) পাঠ্যক্ৰম বিভিন্ন বিষয়ত ওপৰত প্ৰদান কৰে।
স্নাতক(কলা) শাখা
- স্নাতক (অসমীয়া)
- স্নাতক (ইংৰাজী)
- স্নাতক (ইতিহাস)
- স্নাতক (অৰ্থনীতি)
- স্নাতক (ৰাজনীতি বিজ্ঞান)
- স্নাতক (দৰ্শন)
- স্নাতক (শিক্ষা)
স্নাতক (বিজ্ঞান) শাখা
- স্নাতক (উদ্ভিদ বিজ্ঞান)
- স্নাতক (ৰসায়ন বিজ্ঞান)
- স্নাতক (গণিত)
- স্নাতক (পদাৰ্থ বিজ্ঞান)
- স্নাতক (প্ৰাণীবিজ্ঞান)
স্নাতক(বাণিজ্য) শাখাস্নাতকোত্তৰ পাঠ্যক্ৰম( গুৱাহাটী বিশ্ববিদ্যালয় দূৰ শিক্ষা।৩ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়)৪
- স্নাতকোত্তৰ (অসমীয়া)
- স্নাতকোত্তৰ (ইংৰাজী)
- স্নাতকোত্তৰ (শিক্ষা)
- স্নাতকোত্তৰ (ৰাজনীতি বিজ্ঞান)
- স্নাতকোত্তৰ (MSc IT)
- স্নাতকোত্তৰ (বাণিজ্য)
- অন্যান্য বিষয়সমূহ
তথ্যসূত্ৰ
- ↑ Affiliated Colleges. Guahati University
- ↑ Provincialised colleges affiliated to Guahati University. Directorate of Higher Education, Assam
- ↑ BACollege. Gucdoe.in
- ↑ BACollege/kkhsou. Kkhsou.ac.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৩৯৬৭০ (২০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।