অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মুনীন বৰকটকী বঁটা

প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টিধৰ্মী বা সমালোচনামূলক গ্ৰন্থ/পাণ্ডুলিপিৰ বাবে প্ৰতি বছৰে মুনীন বৰকটকী বঁটা প্ৰদান কৰা হয়৷ চল্লিশ বছৰ বা তাৰ তলৰ লেখক-লেখিকাকহে এই বঁটাৰ বাবে যোগ্য বুলি ধৰা হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা…

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৪ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টিধৰ্মী বা সমালোচনামূলক গ্ৰন্থ/পাণ্ডুলিপিৰ বাবে প্ৰতি বছৰে মুনীন বৰকটকী বঁটা প্ৰদান কৰা হয়৷ চল্লিশ বছৰ বা তাৰ তলৰ লেখক-লেখিকাকহে এই বঁটাৰ বাবে যোগ্য বুলি ধৰা হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি-পত্ৰ৷১

বিজয়ীসকল

মুনীন বৰকটকী বঁটা বিজয়ীসকল হৈছে:২

বৰ্ষবিজয়ীসাহিত্য কৰ্মপ্ৰকাৰ
১৯৯৫ৰবীন শৰ্মাপাঁচাৰ পাচালীগল্প
শিৱানন্দ কাকতিআমৃত্যু অমৃতগল্প
১৯৯৬লুট্‌ফা হানুম ছেলিমা বেগমসেউজীয়া বাট এটা বিচাৰিছে সৰাপাটবোৰেকবিতা
ভৃংগেশ্বৰ শৰ্মাকামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধুগল্প
১৯৯৭অনুভৱ তুলসীদোৰোণ ফুলকবিতা
১৯৯৮কুল শইকীয়াআখৰাত মই আৰু অন্যান্যগল্প
১৯৯৯বিতোপন বৰবৰামোৰো এটা সপোন আছিলগল্প
ৰাজীৱ বৰুৱাপানীৰ ঘৰকবিতা
২০০০মৌচুমী কন্দলীলামবাদা নাচৰ শেষতগল্প
পঙ্কজজ্যোতি ভূঞাইষ্টাণ্টিকনাটক
২০০১নৱনীতা গগৈছাঁ-পোহৰত অকলেগল্প
মুনীন বায়নকিতাপ আৰু সংলাপসমালোচনা
২০০২হেমাংগ কুমাৰ দত্তঅথবাকবিতা
গংগামোহন মিলিনদী মানুহৰ ঠিকনাকবিতা
২০০৩কুশল দত্তইলেক্ট্ৰনিক চৰাইকবিতা
মনোজ বৰপূজাৰীআমলখি গছৰ সুহুৰিকবিতা
২০০৪মণিকুন্তলা ভট্টাচাৰ্যপ্ৰস্তৰ কন্যাগল্প
মনালিছা শইকীয়াপুনৰ জনম লৈ তেজীমলাইগল্প
২০০৫মণিকা দেৱীপ্ৰিয় আলাপগল্প
ধ্ৰুৱজ্যোতি শৰ্মাদ্বীপগল্প
২০০৬অজিৎ গগৈৰঙা জেঠিকবিতা
আব্দুছ ছামাদবৈ যায় চম্পাৱতীউপন্যাস
২০০৭অনামিকা বৰাজলাশয়গল্প
বিজয় শংকৰ বৰ্মনদেওকবিতা
২০০৮গীতালি বৰাসম্ভৱতঃগল্প
কমল কুমাৰ তাঁতীমাৰাংবুৰু আমাৰ পিতাকবিতা
২০০৯দিগন্ত ওজাসন্ধিক্ষণত মানুহআলোচনা
ৰত্না ভৰালী তালুকদাৰঘৰ ঘৰ খেলিবা আহাগল্প
২০১০ৰূপলেখা দেৱীঅন্যত্ৰ বিৰলা দেৱীউপন্যাস
অৰূপ কুমাৰ নাথসাউদ আৰু অন্যান্য গল্পগল্প
২০১১অৰিন্দম বৰকটকীঅনুশীলনসমালোচনা
ৰশ্মিৰেখা বৰাশিঙৰাজানৰ ৰূপকথাগল্প
২০১২সঞ্জীৱ পল ডেকাএই পিনে কি আছে ?গল্প
শৰ্মিষ্ঠা প্ৰীতমআত্মকথাআত্মজীৱনী
২০১৩মৃদুল হালৈঅকলে আছোঁ কুশলে আছোঁকবিতা
অপু ভৰদ্বাজমস্তিষ্কৰ চিনেমাগল্প
২০১৪তুলিকা শইকীয়াচাৰিশাল গোসাঁনীৰ তেজউপন্যাস
দিব্যজ্যোতি বৰাটোপনিতকবিতা
২০১৫জ্যোতি খাটনিয়াৰইমান সৰল নে চেগুন দুডালসমালোচনা
প্ৰতীম বৰুৱাআৰু নীৰৱতাকবিতা
২০১৬ভাস্কৰ ঠাকুৰীয়াসিংহদ্বাৰউপন্যাস
২০১৭ডালিম দাসহৰি যদু মধুগল্প
২০১৮দেৱভূষণ বৰানিৰ্বচনসমালোচনা
২০১৯৩অংকুৰ ৰঞ্জন ফুকনৎকবিতা
মনোৰঞ্জন বড়িম’হ-যখগল্প
২০২০অভিজিৎ বৰা৪ডেউকা কোবাই যায়চুটিগল্প সংকলন
২০২১প্ৰদ্যুম্ন কুমাৰ গগৈচকী আৰু অন্যান্য গল্পচুটিগল্প সংকলন
২০২২উপাসনা শইকীয়াহালধীয়া জোতাচুটিগল্পৰ পাণ্ডুলিপি
২০২৩নয়নজ্যোতি শৰ্মা৫জাল কটা জুইচুটিগল্প সংকলন
২০২৪পাপৰি বৰ্মনপৰুৱা পোহনীয়াচুটিগল্প সংকলন

তথ্যসূত্ৰ

  1. ↑ মুনীন বৰকটকী সাহিত্য বঁটা
  2. ↑ মুনীন বৰকটকী সাহিত্য বঁটা’ বিজয়ীসকল
  3. ↑ অংকুৰ ৰঞ্জন ফুকনৰ ‘ৎ’ আৰু মনোৰঞ্জন বড়িৰ ‘ম’হ-যখ’লৈ ২০১৯ বৰ্ষৰ ‘মুনীন বৰকটকী সাহিত্য বঁটা’. অসমীয়া প্ৰতিদিন
  4. ↑ ‘ডেউকা কোবাই যায়’ৰ বাবে অভিজিৎ বৰালৈ মুনীন বৰকটকী বঁটা. নিয়মীয়া বাৰ্তা
  5. ↑ ডাঃ নয়নজ্যোতি শৰ্মালৈ মুনীন বৰকটকী সাহিত্য বঁ‌টা. দৈনিক অসম

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্য পুৰস্কাৰঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুনীন বৰকটকী বঁটা” প্ৰবন্ধৰ সংশোধন ৪৪৮২১৪ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।