নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল কামপুৰ মহাবিদ্যালয়। মহাবিদ্যালয়খনি ১৯৬৮ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাপ্ত এই কামপুৰ মহাবিদ্যালয়।
বিভাগ
- অসমীয়া
- অৰ্থনীতি
- শিক্ষা
- ইংৰাজী
- ভূগোল
- হিন্দী
- বুৰঞ্জী
- ৰাজনীতি বিজ্ঞান
লগতে চাওক
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামপুৰ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৩৪০৮৮ (২৯ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।