অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কাজিৰঙা বিশ্ববিদ্যালয়

অসম কাজিৰঙা বিশ্ববিদ্যালয় ২০১২ চনত অসম কাজিৰঙা বিশ্ববিদ্যালয় বিধি, ২০১২ অনুসৰি অসমৰ যোৰহাটত স্থাপিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ মতে বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।

হালনাগাদ: ৮ জানুৱাৰী ২০২৫ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অসম কাজিৰঙা বিশ্ববিদ্যালয়১২৩৪৫ ২০১২ চনত অসম কাজিৰঙা বিশ্ববিদ্যালয় বিধি, ২০১২ অনুসৰি অসমৰ যোৰহাটত স্থাপিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়।৬ অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ মতে বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।

শিক্ষা

বিশ্ববিদ্যালয় খনে অভিযান্ত্ৰিক, ব্যৱস্থাপনা, কম্পিউটাৰ বিজ্ঞান আৰু মৌলিক বিজ্ঞান বিষয়ত বিভিন্ন পাঠ্যক্ৰম আগবঢ়ায়। ই চাৰিটা প্ৰতিষ্ঠানেৰে গঠিত

  • বাণিজ্য বিদ্যালয়
    • MBA, BBA, BBA (Global, BCom and Integrated MBA)
  • অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিদ্যালয়
    • M.Tech, B.Tech and Integrated MTech and Integrated MBA (with B.Tech)
  • মৌলিক বিজ্ঞান বিদ্যালয়
    • MSc (Physics), MSc (Chemistry), MSc (Mathematics) and Integrated MSc in Physics, Chemistry and Mathematics)
  • কম্পিউটাৰ বিজ্ঞান বিদ্যালয়
    • MSc (IT) and Integrated MSc (IT)
কাজিৰঙা বিশ্ববিদ্যালয়
কাজিৰঙা বিশ্ববিদ্যালয়ছবি: Sunpreetjrt · CC BY-SA 4.0

সহযোগিতা

কাজিৰঙা বিশ্ববিদ্যালয়ে যুক্তৰাজ্যৰ কাৰডিফ মেট্ৰপলিটান বিশ্ববিদ্যালয়৭৮৯১০১১ আৰু প্লাইমাউথ বিশ্ববিদ্যালয় লগত শিক্ষা, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ আদান-প্ৰদান কৰা বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।৪১২১৩ ২০১১ চনত চাম হিগিনবটম কৃষি, প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞান প্ৰতিষ্ঠান কাজিৰঙা বিশ্ববিদ্যালয়ৰ লগত বুজাবুজি আৰু সহযোগিতাৰ চুক্তিত চহী কৰা প্ৰথমখন ভাৰতীয় বিশ্ববিদ্যালয়।১৪ প্ৰতি বছৰে কাজিৰঙা বিশ্ববিদ্যালয়ৰ U MBAৰ ছাত্ৰ-ছাত্ৰীক ছিংগাপুৰস্থিত নানয়াং প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়লৈ এমাহৰ বাবে লৈ যোৱা হয়। বিশ্ববিদ্যালয় খনে অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণৰ বাবেও বিভিন্ন উদ্যোগৰ লগত সহযোগিতা স্থাপন কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Private Universities - University Grants Commission
  2. ↑ www.ugc.ac.in/oldpdf/alluniversity.pdf
  3. ↑ University
  4. ↑ Kaziranga University to open up in Jorhat - Yahoo! News India
  5. ↑ State to get its third private university - Times Of India
  6. ↑ Kaziranga University to start session in July - Times Of India
  7. ↑ Kaziranga University ties up with UK institution · Edu-Leaders
  8. ↑ Kaziranga University ties up with UK institution | Business Standard
  9. ↑ Kaziranga University ties up with Cardiff Metropolitan University UK - Economic Times
  10. ↑ Kaziranga University ties up with UK institution for joint research and exchange programme - Times Of India
  11. ↑ Business Line: News / Education: Kaziranga University ties up with UK varsity
  12. ↑ Plymouth ties up with Kaziranga University - Hindustan Times
  13. ↑ University of Plymouth signs MoU with Kaziranga University - Times Of India
  14. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহযোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানযোৰহাট জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাজিৰঙা বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৬২২৪১ (৮ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।