অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী(Indian Institute of Information Technology,Guwahati বা IIIT-G) অসমৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰৰ দ্বাৰা ৰাজহুৱা-ব্যক্তিগত অংশীদ্বাৰত্বত(PPP-mode) প্ৰতিষ্ঠা কৰা হৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী(Indian Institute of Information Technology,Guwahati বা IIIT-G) অসমৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰৰ দ্বাৰা ৰাজহুৱা-ব্যক্তিগত অংশীদ্বাৰত্বত(PPP-mode)১ প্ৰতিষ্ঠা কৰা হৈছে।

শিক্ষা

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীয়ে কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰম(Computer Science and Engineering) আৰু অণুবিদ্যুৎ আৰু দুৰসংযোগ পাঠ্যক্ৰমৰ(Electronics and Communication Engineering) প্ৰযুক্তিবিদ্যাৰ স্নাতক(B.Tech) ডিগ্ৰী প্ৰদান কৰে।২ উপৰোক্ত সকলো বিভাগত নামভৰ্তি সংযুক্ত প্ৰৱেশ পৰীক্ষা-মুখ্যৰ(JEE-MAIN) দ্বাৰা কৰা হয়।

২০১৫ চনৰ পৰা প্ৰতিষ্ঠানখনে প্ৰযুক্তিবিদ্যাৰ স্নাতক অথবা স্নাতকোত্তৰ(B.Tech বা M.Tech) সম্পূৰ্ণ কৰা শিক্ষাৰ্থীক গৱেষণামুলক ডক্টৰেট পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুবিধা আগবঢ়াইছে।৩

বিভাগসমূহ

  • কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ (Department of Computer Science and Engineering)
  • অণুবিদ্যুৎ আৰু দুৰসংযোগ অভিযান্ত্ৰিক বিভাগ (Department of Electronics & Communication Engineering)
  • গণিত বিভাগ (Department of Mathematics)
  • অৰ্থনীতি বিভাগ (Department of Economics)
  • ইংৰাজী বিভাগ(Department of English)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ iiitg.ac.in/about.html
  2. ↑ Courses provided IIITG-Undergraduate Programmes. iiitg.ac.in
  3. ↑ IIITG-Doctoral Programmes. iiitg.ac.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী” প্ৰবন্ধৰ সংশোধন ৩৮২৩২৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।