অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

যোৰহাট আইন মহাবিদ্যালয়

যোৰহাট আইন মহাবিদ্যালয় (Jorhat Law College) অসমৰ যোৰহাটত অৱস্থিত এখন চৰকাৰী আইন মহাবিদ্যালয়। মহাবিদ্যালয়খনে ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনত ৩ বছৰীয়া আইন পাঠ্যক্ৰম, ৫ বছৰীয়া সমদ্বিত কলা আৰু আইনৰ স্নাতক ডিগ্ৰী আৰু আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (LLM) প্ৰদান কৰে।

হালনাগাদ: ২২ মে’ ২০২৪ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

যোৰহাট আইন মহাবিদ্যালয় (Jorhat Law College) অসমৰ যোৰহাটত অৱস্থিত এখন চৰকাৰী আইন মহাবিদ্যালয়। মহাবিদ্যালয়খনে ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনত ৩ বছৰীয়া আইন পাঠ্যক্ৰম, ৫ বছৰীয়া সমদ্বিত কলা আৰু আইনৰ স্নাতক ডিগ্ৰী আৰু আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (LLM) প্ৰদান কৰে। মহাবিদ্যালয়খন ভাৰতীয় উকীল পৰিষদ,নতুন দিল্লীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।১২

ইতিহাস

যোৰহাট আইন মহাবিদ্যালয় উজনি অসমৰ প্ৰথমখন আৰু উত্তৰ পূব ভাৰতৰ দ্বিতীয়খন আইন মহাবিদ্যালয়। ১৯৬৪ চনত "নলিনী নাথ ফুকন স্মৃতি আৰু শিক্ষা সংস্থা"ৰ প্ৰচেষ্টাত মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। প্ৰথমাৱস্থাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়খন পৰবৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হয়।৩

তথ্যসূত্ৰ

  1. ↑ Jorhat Law College, Jorhat. Collegedunia
  2. ↑ Jorhat Law College · Jorhat · Admission 2018-19 · Ranking · Cut off · Fees ·. www.infinitecourses.com
  3. ↑ JLAWCL. jorhatlawcollege.edu.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোৰহাট আইন মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪২১৪৯৪ (২২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।