অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

শিলচৰ চিকিৎসা মহাবিদ্যালয়

শিলচৰ চিকিৎসা মহাবিদ্যালয় অসম চৰকাৰে ১৯৬৮ চনত কাছাৰ জিলাৰ শিলচৰত প্ৰতিষ্ঠা কৰে। এইখন অসমৰ বৰাক উপত্যকাৰ একমাত্ৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়। শিলচৰ চিকিৎসা মহাবিদ্যালয়ে অসমৰ লগতে মিজোৰাম, উত্তৰ ত্ৰিপুৰা, পশ্চিম মণিপুৰ আৰু দক্ষিণ মেঘালয়ক সেৱা আগবঢ়ায়।

হালনাগাদ: ২ জুলাই ২০২৩ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

শিলচৰ চিকিৎসা মহাবিদ্যালয় অসম চৰকাৰে ১৯৬৮ চনত কাছাৰ জিলা জিলাৰ শিলচৰত প্ৰতিষ্ঠা কৰে। এইখন অসমৰ বৰাক উপত্যকাৰ একমাত্ৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়। শিলচৰ চিকিৎসা মহাবিদ্যালয়ে অসমৰ লগতে মিজোৰাম, উত্তৰ ত্ৰিপুৰা, পশ্চিম মণিপুৰ আৰু দক্ষিণ মেঘালয়ক সেৱা আগবঢ়ায়।

থোৰতে শিলচৰ চিকিৎসা মহাবিদ্যালয়

মহাবিদ্যালয়খনৰ স্থাপন১৯৬৮
ভাৰতীয় চিকিৎসা পৰিষদৰ স্বীকৃতি১৯৭৬
চিকিৎসা বিজ্ঞানৰ স্নাতকৰ আসন১০০
চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ আসন৭১
বৰ্তমান চিকিৎসা বিজ্ঞানৰ স্নাতকৰ ৰোল নং৩৮৬
বৰ্তমান চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ৰোল নং১২২
অধ্যাপকৰ সংখ্যা১৭২
মুঠ মাটি (বিঘা)৬২০

পাঠ্যক্ৰম

  • পাঁচ বছৰ আৰু ছমহীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম
  • দুবছৰীয়া এম.ডি. আৰু এম.এছ. স্নাতকোত্তৰ পাঠ্যক্ৰম
  • ফাৰ্মাচীৰ ডিপ্লমা পাঠ্যক্ৰম
  • নাৰ্চিংৰ জিএনএম পাঠ্যক্ৰম
  • লেবৰটৰী টেকনিচিয়ান পাঠ্যক্ৰম
  • ৰেডিঅ'গ্ৰাফীৰ প্ৰশিক্ষণ
  • নাৰ্চিংৰ স্নাতক পাঠ্যক্ৰম

বিভিন্ন বিভাগ

  • অৰ্থ’পেডিক্স্ বিভাগ
  • ই এন টি বিভাগ
  • এনাস্থেচিয়’ল’জি বিভাগ
  • কমিউনিটি মেডিচিন বিভাগ
  • চকু-চিকিৎসা বিভাগ
  • চৰ্মৰোগ বিভাগ
  • জৈৱ-ৰাসায়নিক বিভাগ
  • যক্ষ্মাৰোগ বিভাগ
  • দন্ত-চিকিৎসা বিভাগ
  • পেৰামেডিকেল বিভাগ
  • প্লাষ্টিক চাৰ্জাৰি বিভাগ
  • ফাৰ্মাক’লজি বিভাগ
  • ফিজিঅ’লজি বিভাগ
  • ফৰেনচিক মেডিচিন বিভাগ
  • মাইক্ৰ’বায়লজি বিভাগ
  • মানসিক ৰোগ বিভাগ
  • মেডিচিন বিভাগ
  • ৰেডিঅ’ডায়েগন’চিচ বিভাগ
  • ৰোগতত্ত্ব বিভাগ
  • শিশু-চিকিৎসা বিভাগ
  • শৈল্য-চিকিৎসা বিভাগ
  • শৰীৰতত্ত্ব বিভাগ
  • স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগ
  • স্নায়ুৰোগ বিভাগ
  • হৃদৰোগ বিভাগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিকিৎসালয়অসমৰ চিকিৎসা মহাবিদ্যালয়কাছাৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিলচৰ চিকিৎসা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৭০৬৫৭ (২ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।