অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দৰং মহাবিদ্যালয়

দৰং মহাবিদ্যালয় (Darrang College) তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল। মহাবিদ্যালয়খনি ১৯৪৫ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল জ্যেষ্ঠ স্বাধীনতা সংগ্ৰামী কামাখ্যা প্ৰসাদ ত্ৰিপাঠী।

হালনাগাদ: ১৭ মে’ ২০২৬ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দৰং মহাবিদ্যালয় (Darrang College) তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল। মহাবিদ্যালয়খনি ১৯৪৫ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল জ্যেষ্ঠ স্বাধীনতা সংগ্ৰামী কামাখ্যা প্ৰসাদ ত্ৰিপাঠী।১

পাঠ্যক্ৰমসমূহ

দৰং মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।

  • উচ্চতৰ মাধ্যমিক (কলা, বাণিজ্য আৰু বিজ্ঞান)
  • স্নাতক (কলা, বাণিজ্য আৰু বিজ্ঞান)
  • ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম২

শৈক্ষিক বিভাগসমূহ

কলা

  • ইংৰাজী বিভাগ
  • অসমীয়া বিভাগ
  • শিক্ষা বিভাগ
  • অৰ্থনীতি বিভাগ
  • ইতিহাস বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ
  • দৰ্শন বিভাগ
  • সমাজতত্ত্ব বিভাগ
  • হিন্দী বিভাগ
  • সংস্কৃত বিভাগ
  • ভূগোল বিভাগ

বিজ্ঞান

  • উদ্ভিদ বিজ্ঞান বিভাগ
  • প্ৰাণী বিজ্ঞান বিভাগ
  • ৰসায়ন বিজ্ঞান বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ
  • অৰ্থনীতি বিভাগ
  • গণিত বিভাগ
  • মনোবিজ্ঞান বিভাগ
  • গাৰ্হস্থ্য বিভাগ
  • পৰিসংখ্যা বিভাগ

বাণিজ্য

  • হিচাপবিদ্যা
  • ব্যৱসায় পৰিচালনা

মহাবিদ্যালয়ৰ সুবিধাসমূহ

  • গ্ৰন্থাগাৰ
  • ছাত্ৰাবাস
  • ছাত্ৰীনিবাস
  • খেলপথাৰ
দৰং মহাবিদ্যালয়ৰ পূৰ্বৰ মুখ্য তোৰণ
দৰং মহাবিদ্যালয়ৰ পূৰ্বৰ মুখ্য তোৰণছবি: Bishnu Saikia · CC BY-SA 3.0

আন্তঃগাঁথনি

  • শৈক্ষিক ভৱন
  • পুথিভঁৰাল
  • প্ৰেক্ষাগৃহ
  • ছাত্ৰ আৰু ছাত্ৰীৱাস
  • কেণ্টিন
  • জিৰণি কোঠা
  • খোৱাপানী
  • ক্ৰীড়া
  • পাৰ্কিং
  • নীৰৱচ্ছিন্ন শক্তি যোগান
  • ছাত্ৰ একতা সভাৰ কাৰ্যালয়
  • প্ৰাক্তন ছাত্ৰ কাৰ্যালয়
  • কম্পিউটাৰ কেন্দ্ৰ
  • IGNOUৰ কনভাৰ্জেন্স চেণ্টাৰ
  • আইডিঅ'ল চেণ্টাৰ
  • কেৰিয়াৰ কাউন্সেলিং আৰু প্লেচমেণ্ট চেল
  • ইডুছাট
  • মহিলা অধ্যয়ন কোষ
  • পৰিৱেশ অধ্যয়ন কেন্দ্ৰ
  • BIOTECH HUB
  • সংৰক্ষণ অধ্যয়নৰ কেন্দ্ৰ
  • বৃত্তিমূলক অধ্যয়ন কেন্দ্ৰ
  • ECIL পাঠ্যক্ৰম কেন্দ্ৰ৩

স্বীকৃতি

ভাৰতীয় ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে (NAAC) এই প্ৰতিষ্ঠানটোক ইয়াৰ পুনৰ স্বীকৃতি (তৃতীয় চক্ৰ)ত B+ গ্ৰেড প্ৰদান কৰিছে। এই স্বীকৃতি ২০১৯ চনৰ ২৭ মাৰ্চৰ পৰা ২০২৪ চনৰ ২৮ মাৰ্চলৈ বৈধ। এই সময়ছোৱাত,প্ৰতিষ্ঠানটোৱে ৪ পইণ্টৰ স্কেলত ২.৬৮ৰ সন্মানীয় চিজিপিএ লাভ কৰিছে।১

তথ্যসূত্ৰ

  1. ↑ About College. Darrang College
  2. ↑ Academics. Darrang College
  3. ↑ Infrastructure. Darrang College

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহতেজপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৰং মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬০৬৯০৯ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।