ব’হাগ
ব’হাগ অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ, যি সাধাৰণতে গ্ৰেগৰিয়ান এপ্ৰিল-মে' সময়ছোৱাৰ ভিতৰত পৰে। এই মাহত অসমীয়া নববৰ্ষ আৰু ব'হাগ বিহুকে ধৰি কেইবাটাও সাংস্কৃতিক-সামাজিক অনুষ্ঠান, লগতে বসন্ত ঋতুৰ প্ৰাকৃতিক লক্ষণ স্পষ্টভাৱে দেখা যায়।
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
ব’হাগ অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ, যি সাধাৰণতে গ্ৰেগৰিয়ান এপ্ৰিল-মে' সময়ছোৱাৰ ভিতৰত পৰে। এই মাহত অসমীয়া নববৰ্ষ আৰু ব'হাগ বিহুকে ধৰি কেইবাটাও সাংস্কৃতিক-সামাজিক অনুষ্ঠান, লগতে বসন্ত ঋতুৰ প্ৰাকৃতিক লক্ষণ স্পষ্টভাৱে দেখা যায়।
ফাগুন অসমীয়া বৰ্ষপঞ্জীৰ একাদশ মাহ, যি সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ফেব্ৰুৱাৰী-মাৰ্চ সময়ছোৱাত পৰে। এই মাহত ফাকুৱা আৰু মহা শিৱৰাত্ৰি আদি উৎসৱৰ লগতে ঋতুগত পৰিৱৰ্তন, প্ৰাকৃতিক ফুল-ফলনি আৰু কৃষিকাৰ্যৰ কিছুমান বৈশিষ্ট্য স্পষ্টভাৱে দেখা যায়।
মাঘ অসমীয়া বৰ্ষপঞ্জীৰ দশম মাহ আৰু শীত ঋতুৰ শেষভাগৰ সৈতে জড়িত এক ঋতুচক্ৰীয় মাহ। এই মাহত মাঘ বিহু, মকৰ সংক্ৰান্তি, সৰস্বতী পূজা আদিৰ লগতে কৃষিকাজ আৰু লোকবিশ্বাসৰ বহু পৰম্পৰা সক্ৰিয় থাকে।
জেঠ অসমীয়া বৰ্ষপঞ্জীৰ দ্বিতীয় মাহ, আৰু ইয়াৰ মুঠ দিন ৩২। এই মাহ কৃষিকাৰ্যৰ প্ৰস্তুতি আৰু “জেঠুৱা” পৰম্পৰাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত, আৰু সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মে'–জুন মাহৰ সময়ছোৱাত পৰে।
শৰাই অসমৰ পৰম্পৰাগত কাঁহজাত (বেল-মেটেল) পাদযুক্ত থালধৰণৰ পাত্ৰ, যাক সন্মান, মৰ্যাদা আৰু আতিথ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ধৰ্মীয় আচাৰ-অনুষ্ঠান, সামাজিক অনুষ্ঠান আৰু অতিথি সম্ভাষণত তামোল-পাণ আদি আগবঢ়াবলৈ ইয়াৰ ব্যৱহাৰ বিশেষ গুৰুত্বপূৰ্ণ।
তামিলনাডু (তামিলে: தமிழ்நாடு তাম্যিল্ড়্ নাড়্যি আ-ধ্ব-ব: [t̪ɐmɨɻ n̪aːɽɯ]) ভাৰতীয় প্ৰজাতন্ত্ৰৰ ২৮খন ৰাজ্যৰ অন্যতম। এই ৰাজ্যৰ ৰাজধানী চেন্নাই (পূৰ্বতে মাদ্ৰাজ)। তামিলনাডু ভাৰতীয় উপদ্বীপৰ দক্ষিণত অৱস্থিত। এই ৰাজ্যৰ সীমাত পণ্ডিচেৰী, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ অৱস্থিত।
{{Infobox settlement | name = গোৱা | native_name = | type = ৰাজ্য | image_skyline = | image_alt = | image_caption = | image_seal = | seal_alt = | image_map = India Goa locator map.svg | map_alt = | map_caption = ভাৰতত গোৱাৰ অৱস্থান | image_map1 = Administrative map of Goa.png | map_caption1 = গোৱাৰ…
ছত্তীসগঢ় (छत्तीसगढ़) মধ্য ভাৰতৰ এখন ৰাজ্য। ২০০০ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল (১৩৫,১৯৪ বৰ্গকিলোমিটাৰ) আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য।
আকাশবাণী গুৱাহাটী প্ৰচাৰ ভাৰতীৰ অধীনস্থ আকাশবাণীৰ এটা ক্ষেত্ৰীয় অনাতাঁৰ সম্প্ৰচাৰ কেন্দ্ৰ, যিয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি অনুষ্ঠান সম্প্ৰচাৰ কৰে।
ব’হাগ অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ, যি সাধাৰণতে গ্ৰেগৰিয়ান এপ্ৰিল-মে' সময়ছোৱাৰ ভিতৰত পৰে। এই মাহত অসমীয়া নববৰ্ষ আৰু ব'হাগ বিহুকে ধৰি কেইবাটাও সাংস্কৃতিক-সামাজিক অনুষ্ঠান, লগতে বসন্ত ঋতুৰ প্ৰাকৃতিক লক্ষণ স্পষ্টভাৱে দেখা যায়।
ফাগুন অসমীয়া বৰ্ষপঞ্জীৰ একাদশ মাহ, যি সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ফেব্ৰুৱাৰী-মাৰ্চ সময়ছোৱাত পৰে। এই মাহত ফাকুৱা আৰু মহা শিৱৰাত্ৰি আদি উৎসৱৰ লগতে ঋতুগত পৰিৱৰ্তন, প্ৰাকৃতিক ফুল-ফলনি আৰু কৃষিকাৰ্যৰ কিছুমান বৈশিষ্ট্য স্পষ্টভাৱে দেখা যায়।
মাঘ অসমীয়া বৰ্ষপঞ্জীৰ দশম মাহ আৰু শীত ঋতুৰ শেষভাগৰ সৈতে জড়িত এক ঋতুচক্ৰীয় মাহ। এই মাহত মাঘ বিহু, মকৰ সংক্ৰান্তি, সৰস্বতী পূজা আদিৰ লগতে কৃষিকাজ আৰু লোকবিশ্বাসৰ বহু পৰম্পৰা সক্ৰিয় থাকে।
জেঠ অসমীয়া বৰ্ষপঞ্জীৰ দ্বিতীয় মাহ, আৰু ইয়াৰ মুঠ দিন ৩২। এই মাহ কৃষিকাৰ্যৰ প্ৰস্তুতি আৰু “জেঠুৱা” পৰম্পৰাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত, আৰু সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মে'–জুন মাহৰ সময়ছোৱাত পৰে।
শৰাই অসমৰ পৰম্পৰাগত কাঁহজাত (বেল-মেটেল) পাদযুক্ত থালধৰণৰ পাত্ৰ, যাক সন্মান, মৰ্যাদা আৰু আতিথ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ধৰ্মীয় আচাৰ-অনুষ্ঠান, সামাজিক অনুষ্ঠান আৰু অতিথি সম্ভাষণত তামোল-পাণ আদি আগবঢ়াবলৈ ইয়াৰ ব্যৱহাৰ বিশেষ গুৰুত্বপূৰ্ণ।
তামিলনাডু (তামিলে: தமிழ்நாடு তাম্যিল্ড়্ নাড়্যি আ-ধ্ব-ব: [t̪ɐmɨɻ n̪aːɽɯ]) ভাৰতীয় প্ৰজাতন্ত্ৰৰ ২৮খন ৰাজ্যৰ অন্যতম। এই ৰাজ্যৰ ৰাজধানী চেন্নাই (পূৰ্বতে মাদ্ৰাজ)। তামিলনাডু ভাৰতীয় উপদ্বীপৰ দক্ষিণত অৱস্থিত। এই ৰাজ্যৰ সীমাত পণ্ডিচেৰী, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ অৱস্থিত।
ভাৰত (India) দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশৰ অধিবাসী সকলক ভাৰতীয় (Indian) বুলি কোৱা হয়। ভাৰতীয় বা ভাৰত সম্পৰ্কীয় বিভিন্ন পৃষ্ঠাসমূহ:↷ ভাৰতীয় ৰে’ল হ'ল ভাৰতৰ ৰে’ল কোম্পানীক একগোট কৰি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ইয়াক "ভাৰতীয় ৰে’ল" নামকৰণ কৰা হয়।
{{Infobox settlement | name = গোৱা | native_name = | type = ৰাজ্য | image_skyline = | image_alt = | image_caption = | image_seal = | seal_alt = | image_map = India Goa locator map.svg | map_alt = | map_caption = ভাৰতত গোৱাৰ অৱস্থান | image_map1 = Administrative map of Goa.png | map_caption1 = গোৱাৰ…
গ্ৰেগৰিয়ান বৰ্ষপঞ্জী, প্ৰাশ্চাত্য বৰ্ষপঞ্জী, ইংৰাজী বৰ্ষপঞ্জি বা খ্ৰীষ্টাব্দ হ’ল আন্তৰ্জাতিকভাৱে প্ৰায় সৰ্বত্ৰ স্বীকৃত বৰ্ষপঞ্জী। ১৫৮২ চনৰ ২৪ ফেব্ৰুৱাৰীত পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ এক আদেশ অনুসাৰে এই বৰ্ষপঞ্জীৰ প্ৰচলন ঘটে।
পানী বা জল (ৰাসায়নিক গঠন: H2O) হৈছে এক প্ৰকাৰৰ স্বচ্ছ জুলীয়া পদাৰ্থ। অক্সিজেনৰ এটা আৰু হাইড্ৰ’জেনৰ দুটা পৰমাণু লগ লাগি পানীৰ অণু গঠন হয়। মান্য উষ্ণতা আৰু চাপত পানী জুলীয়া অৱস্থাত থাকে যদিও ইয়াক কঠিন অৱস্থা অৰ্থাৎ বৰফ আৰু গেছীয় অৰ্থাৎ বাষ্প অৱস্থাতো পোৱা যায়।
|- | colspan="2" style="text-align:center; background: #000000;" | |- ! bgcolor="#ffffc0" colspan="2" | পৰ্যবেক্ষণলব্ধ তথ্য |- | পৃথিৱী পৰা গড় দূৰত্ব | ১৪৯.৬ কিমি (৯২.৯৫ মা) (পোহৰ গতিত ৮.৩১ মিনিট) |- | দৃশ্যমান উজ্জ্বলতা (ভি) | −২৬.৮m |- | পৰম মান | ৪.৮m |- | বৰ্ণালীভিত্তিক শ্ৰেণীবিন্যাস | জি২ভি…
বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে ইউনেস্কোৰ দ্বাৰা স্বীকৃত আৰু প্ৰণীত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত লিপিবদ্ধ হোৱা বিশেষ ধৰণৰ কিছুমান স্থান। এই স্থানবোৰ বন, পাহাৰ, হ্ৰদ, মৰুভূমি, স্মৃতিস্তম্ভ, দালান, প্ৰসাদ বা চহৰ আদি হব পাৰে।
অধিবৰ্ষ বা লিপ ইয়েৰ হৈছে পঞ্জিকাৰ এটা অতিৰিক্ত দিন যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত এবছৰ হয়৷ কিন্তু প্ৰকৃততে পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিন ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড সময়…
দিন (Day) হ’ল সময় নিৰূপণৰ এক একক। সূৰ্য্যৰ সাপেক্ষে পৃথিৱীৰ এটা সম্পূৰ্ণ ঘূৰ্ণনৰ সময়ছোৱাক দিন বোলে। গড়ে ২৪ ঘণ্টা (৮৬,৪০০ ছেকেণ্ড)। দিন এটা পাৰ হৈ যোৱাৰ লগে লগে এটা নিৰ্দিষ্ট স্থানে ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া আৰু ৰাতিৰ অভিজ্ঞতা লাভ কৰে।
পাটনা (Patna), ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী। এই চহৰখন গংগা নদীৰ দক্ষিণ পাৰত অৱস্থিত। ই বিহাৰৰ সৰ্ববৃহৎ চহৰ আৰু বিশ্বৰ অন্যতম পুৰণি অবিৰতভাৱে বসবাস কৰা চহৰ, লগতে ই সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্যৰে ভৰপূৰ।
আয়াত (; plural: آيات ) হৈছে কোৰআনৰ এটা "আয়ত", যিটো বিভিন্ন দৈৰ্ঘ্যৰ বক্তব্যসমূহৰ ভিতৰত এটা যিয়ে কোৰআনৰ অধ্যায় (ছুৰা) গঠন কৰে আৰু ইয়াক এটা সংখ্যাৰে চিহ্নিত কৰা হয়।
নেদাৰলেণ্ড, অনানুষ্ঠানিকভাৱে হলেণ্ড, উত্তৰ-পশ্চিম ইউৰোপত অৱস্থিত এখন দেশ। দেশখনৰ বহিঃৰাজ্যৰ ভূখণ্ড কেৰিবীয় অঞ্চলত অৱস্থিত। নেদাৰলেণ্ড ৰাজ্যৰ চাৰিখন গঠনকাৰী দেশৰ ভিতৰত ই আটাইতকৈ ডাঙৰ দেশ।
কবি হ'ল কাব্য শক্তিৰ অধিকাৰী আৰু কবিতা ৰচনা কৰা ব্যক্তি বা সাহিত্যিক। এজন কবিয়ে নিজৰ লিখিত আৰু ৰচিত মৌলিক কবিতা লিখিত বা অলিখিত ৰূপত প্ৰকাশ কৰিব পাৰে। এক নিৰ্দিষ্ট প্ৰসংগ, পৰিঘটনা, উপমা আৰু নান্দনিকতাৰে কবিতা ৰচনা কৰা হয়।
দলিত শব্দৰ দ্বাৰা ভাৰতৰ এনে কিছু জাতিগত গোষ্ঠীক বু্ুজোৱা হয় যিসকল সচৰাচৰ নিপীড়িত আৰু পিছপৰা জাতিৰূপে চিহ্নিত। সংস্কৃত আৰু হিন্দী ভাষাত দলিত শব্দৰ অৰ্থ হৈছে "ভগ্ন" বা "ছেদেলিভেদেলি।" দলিতসকলক হিন্দু ধৰ্মৰ চাৰি বৰ্ণ ব্যৱস্থাৰ পৰা নিলগাই ৰখা হৈছে আৰু পঞ্চম বৰ্ণ হিচাপে দেখা গৈছে, যি পঞ্চমা নামেৰেও…
ধৰ্ষণ বা বলাত্কাৰ (Rape) এক ধৰণৰ যৌন আক্ৰমণ। সাধাৰণতে, এজন ব্যক্তিৰ অনুমতি ব্যতিত তাৰ লগত যৌনসঙ্গম বা অইন কোনো ধৰণৰ যৌন অনুপ্ৰৱেশ ঘটনাক ধৰ্ষণ বুলি কোৱা হয়। ধৰ্ষণ শাৰীৰিক বলপ্ৰয়োগ, অন্যায় ভাবে চাপ প্ৰদানৰ দ্বাৰা অপব্যৱহাৰৰ মাধ্যমত সংঘটিত হ'ব পাৰে।
ব্ৰাহ্মণ প্ৰাচীন ভাৰতীয় সমাজৰ চাৰিটা বৰ্ণৰ ভিতৰত এক, যাক সাধাৰণতে বৈদিক সাহিত্যত ধৰ্মীয় আচাৰ, বেদ অধ্যয়ন আৰু যজ্ঞ সম্পাদনৰ সৈতে সংযোগ কৰা হৈছে। ব্ৰাহ্মণ বৰ্ণৰ উল্লেখ বৈদিক সাহিত্য, বিশেষকৈ ঋগ্বেদ আৰু পৰৱৰ্তী ধৰ্মশাস্ত্ৰসমূহত পোৱা যায়।
জুই বা অগ্নি (Fire) হৈছে দ্ৰুত প্ৰজ্জ্বলনশীল পদাৰ্থৰ ৰাসায়নিক বিক্ৰিয়াবিশেষ। ইয়াৰ ফলত উত্তাপ, পোহৰ আৰু বহুবিধ ৰাসায়নিক প্ৰতিক্ৰিয়া সৃষ্টি হয়। ধীৰগতিত অম্লজাত প্ৰক্ৰিয়াৰে সংগঠিত জুই বা পৰিপাকতন্ত্ৰৰ বিক্ৰিয়াত সৃষ্ট জুইৰ সংজ্ঞা ইয়াৰ অন্তৰ্ভুক্ত নহয়।
ঋতুস্ৰাৱ (Menstruation) হৈছে উচ্চতৰ প্ৰাইমেট বৰ্গৰ স্তন্যপায়ী প্ৰাণীৰ প্ৰজননৰ সৈতে জড়িত এক শৰীৰবৃত্তীয় প্ৰক্ৰিয়া। প্ৰতি মাহে ই হয় বাবে ইয়াক অসমীয়াত সচৰাচৰ মাহেকীয়া বুলিও অভিহিত কৰা হয়।
একেশ্বৰবাদৰ মতে, ভগৱান হৈছে অতি মানৱ আৰু বিশ্বাসৰ মূল বিষয়। সৰ্বেশ্বৰবাদত ইশ্বৰৰ ধাৰণাক সৰ্বজ্ঞ (infinite knowledge), সৰ্ব শক্তিমান (unlimited power), সৰ্বত্ৰ বিৰাজমান (present everywhere), স্বৰ্গীয় সৰলতাযুক্ত, আৰু এটা নিয়ন্ত্ৰণকাৰী আৰু প্ৰয়োজনীয় অস্তিত্ব বুলি ব্যাখ্যা কৰে।
চ'ত অসমীয়া বৰ্ষপঞ্জীৰ অন্তিম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, আৰু ফাগুনৰ অন্যতম। বহাগত ৩০ দিন থাকে। ১ চ'ত হ'ল এই মাহৰ প্ৰথম দিন। এই মাহৰ অন্তত অসমীয়া নববৰ্ষৰ আৰম্ভ হয়।
খিলঞ্জীয়া (𑜁𑜢𑜤𑜰𑜫:𑜎า𑜃𑜫𑜊𑜣 khér laan zi Indigenous peoples অন্যনাম: ভূমিপুত্ৰ, থলুৱা,থলগিৰি) হৈছে কোনো অঞ্চলৰ উপনিবেশিকৰণৰ পূৰ্বৰ পৰাই ঐতিহাসিক ধাৰাবাহিকতা, সুকীয়া সংস্কৃতি, ভাষা আৰু ব্যৱস্থা থকা জনগোষ্ঠী।
ডাক টিকট হৈছে এবিধ বিশেষ প্ৰকাৰৰ মুদ্ৰিত কাগজৰ টুকুৰা, যি ডাক সেৱাৰ মাছুল পৰিশোধ কৰাৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়। নানা বৰণৰ এই ডাক টিকট সমূহত দেশৰ ইতিহাস ঐতিহ্য, সংস্কৃতি, বৰেণ্য ব্যক্তিত্ব ইত্যাদি বিষয় ফুটি উঠে। প্ৰায় প্ৰতিখন দেশৰ ডাক ব্যৱস্থাত ডাক টিকটৰ ব্যৱহাৰ কৰা হয়।
নাৰায়ণপুৰ (Narayanpur) ভাৰতৰ উত্তৰ পূৰ্বীয় ৰাজ্য অসমৰ লখিমপুৰ জিলাৰ এটা ৰাজহ চক্ৰ। এই ৰাজহ চক্ৰৰ কেন্দ্ৰস্থল নাৰায়ণপুৰ নগৰ। নাৰায়ণপুৰ অসমৰ বিহপু্ৰীয়া বিধান সভা সমষ্টি আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।
ভাৰতৰ জাতীয় পতাকা (National flag of India) হ’ল সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা। ১৯৪৭ চনৰ ২২ জুলাই গণপৰিষদৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল।