অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়

শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী, অসমত অৱস্থিত একমাত্ৰ স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয় তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়।

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী, অসমত অৱস্থিত একমাত্ৰ স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয় তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়। ‌ এই বিশ্ববিদ্যালয়খনি অসম চৰকাৰে ২০০৯ চনত সমগ্ৰ অসম ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতিৰ হেতুকে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আইন ২০০৭ৰ দ্বাৰা স্থাপন কৰে। ‌১২

অৱস্থান

বিশ্ববিদ্যালয়খনি অস্থায়ীভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা সঞ্চালন কৰি থকা হৈছে। ‌

পাঠ্যক্ৰমসমূহ

স্নাতক পাঠ্যক্ৰম

  • বেচ্চেলৰ অৱ মেডিচিন আৰু বেচ্চেলৰ অৱ চাৰ্জৰী
  • বেচ্চেলৰ অৱ ডেণ্টেল চাৰ্জৰী
  • বেচ্চেলৰ অৱ আৰ্য়ুবেদিক মেডিচিন আৰু চাৰ্জৰী
  • বেচ্চেলৰ অৱ হোমিঅ'পেথি মেডিচিন আৰু চাৰ্জৰী
  • বেচ্চেলৰ অৱ ফাৰ্মাচী
  • বেচ্চেলৰ অৱ নাৰ্চিং

স্নাতকোত্তৰ পাঠ্যক্ৰম

  • ডক্টৰ অৱ মেডিচিন
  • মাষ্টাৰ অৱ চাৰ্জৰী
  • মাষ্টাৰ অৱ ডেণ্টেল চাৰ্জৰী

অন্তৰ্ভুক্ত মহাবিদ্যালয়

চিকিৎসা মহাবিদ্যালয়

দন্ত চিকিৎসা মহাবিদ্যালয়

আৰ্য়ুবেদিক চিকিৎসা মহাবিদ্যালয়

  • চৰকাৰী আৰ্য়ুবেদিক চিকিৎসা মহাবিদ্যালয়

তথ্যসূত্ৰ

  1. ↑ State University Assam. University Grants Commission
  2. ↑ (7 September 2011). Medical study to be uniform. The Telegraph Calcutta

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬৩০৪০৬ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।