অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
চ ৯৫৯ প্ৰবন্ধ
- চু ৱেই-নিংচু ৱেই-নিং (ইংৰাজী: Hsu Wei-ning; জন্ম: ৭ আগষ্ট, ১৯৮৪) এগৰাকী টাইৱানী অভিনেত্ৰী। তেওঁক টিফ…
- চুং হাকিম চুং-হা (ইংৰাজী: Kim Chung-ha; জন্ম: কিম চান-মি, ৯ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী দক্ষিণ কোৰি…
- চুংগী (খেল)চুংগী (নেপালী: चुङ्गि) নেপাল আৰু উত্তৰ-পূব ভাৰতৰ শিশুসকলে খেলা এক পৰম্পৰাগত খেল। খেলটোৰ ধৰ…
- চুইগীচুইগী (Swiggy) হৈছে গ্ৰাহকে অনলাইন মাধ্যমেৰে খাদ্য অৰ্ডাৰ কৰিব পৰা আৰু ঘৰতে পাব পৰা এটা ৱে…
- চুইছ প্ৰত্যাহ্বানচুইছ প্ৰত্যাহ্বান (Swiss challenge) হৈছে কিছুমান অধিকাৰ ক্ষেত্ৰত প্ৰচলিত এক প্ৰকাৰৰ ৰাজহুৱ…
- চুইডীয় ৱিকিপিডিয়াচুইডীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চুইডেনৰ সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয…
- চুক ভেকুলীচুক ভেকুলী (Asian common toad, বৈজ্ঞানিক নামঃ Duttaphrynus melanostictus) দক্ষিণ-পূব এছিয়…
- চুকাছা আওইচুকাছা আওই (জাপানী: 葵 つかさ; ইংৰাজী: Tsukasa Aoi; জন্ম: ১৪ আগষ্ট ১৯৯০) এগৰাকী জাপানী প্ৰাক্ত…
- চুকাফা বঁটাচুকাফা বঁটা অসম চৰকাৰে প্ৰদান কৰা এক বঁটা। সমাজৰ বিভিন্ন দিশলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা …
- চুকৌনীচুকৌনী বা চুকাউনী হৈছে নেপালৰ পাল্পা জিলাত উদ্ভৱ হোৱা আলুৰপৰা তৈয়াৰ কৰা আচাৰৰ এটা স্বাদিষ…
- চুক্লিংফাচুক্লিংফা বা চ্যু-ক্লিং-ফা (১৭৯৫–১৮১১), বা কমলেশ্বৰ সিংহ আহোম ৰাজ্যৰ এজন স্বৰ্গদেউ। তেওঁৰ …
- চুক্লেণমুংচুক্লেণমুং বা ছাও-ফা চু'-কুং-মু'ঙ (𑜋𑜈𑜫; 𑜇า. 𑜏𑜢𑜤𑜈 𑜀𑜢𑜤𑜂𑜫, 𑜉𑜢𑜤𑜂𑜫:Tsāophâ Sé…
- চুখাংফাচুখাংফা বা চাওলুং চ্যু-খাং-ফা (𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜁𑜂𑜫 𑜇𑜡)আহোম ৰাজ্যৰ চতুৰ্থজন…
- চুখাম্ফাচাওফা চুখাম্ফা বা চ্যু-খাম-ফা (Sukhaamphaa) ১৫৫২ খ্ৰীষ্টাব্দত (বাপেকক গড়গঞাঁ ৰজাৰ পিছতে)…
- চুখ্ৰংফাচুখ্ৰংফা (ৰুদ্ৰসিংহ) ১৬৯৬-১৭১৪ খ্ৰীষ্টাব্দলৈ শাসন কৰা আহোম ৰাজ্যৰ ৩০তম স্বৰ্গদেউ। তেওঁৰ দি…
- চুখ্ৰাম্ফাচুখ্ৰাম্ফা বা চ্যু-খ্ৰাম্-ফা আহোম ৰাজ্যৰ পঞ্চমজন স্বৰ্গদেউ (চাওফা) আছিল। তেখেত ১৩৩২ চনত …
- চুগাৰ ডেটিংচুগাৰ ডেটিং বা চুগাৰিং হৈছে একপ্ৰকাৰৰ ছ্যুড’ৰোমাণ্টিক আন্তঃব্যক্তিগত সম্পৰ্ক য’ত এজন ব্যক্…
- চুঙাচুঙা হ’ল এফালে গাঁঠি ৰাখি বা নাৰাখি কটা বাঁহৰ পাব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীসকলৰ দৈ…
- চুঙা চাউলচুঙা চাউল তিয়াই লোৱা বৰা চাউল কুমলীয়া বাঁহৰ চুঙাত ভৰাই চুঙাটো জুইত পুৰি তৈয়াৰ কৰা এবিধ …
- চুঙা পিঠাচুঙা পিঠা কেঁচা পিঠাগুড়ি আৰু গুড় মিহলাই কোমল বাঁহৰ চুঙাত পুৰি ভজা এবিধ পিঠা। দক্ষিণ এছিয…
- চুঙাত দিয়াচুঙাত দিয়া (cooked in bamboo tube) হৈছে ভাৰত, চীন, ভিয়েটনাম আদি এছিয়াৰ বিভিন্ন দেশৰ বিভ…
- চুচন চন্দ্ৰ গগৈভাৰতৰ স্বাধীনতা সংগ্ৰামত মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে আগুৱাই গৈ সংগ্ৰাম কৰা শিৱসাগৰ জিল…
- চুচেংফাচুচেংফা (প্ৰতাপ সিংহ) আহোম ৰাজ্যৰ সপ্তদশ ৰজা, যাৰ ৰাজত্বকালত পশ্চিম সীমান্ত বেছি সক্ৰিয় হ…
- চুচেনফাচুচেনফা বা চাওফা চ্যু-চেন-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜃𑜫 𑜇𑜡) ১৪৩৯ চনৰ পৰা ১৪৮৮ চনলৈ…
- চুছান তাহমাছেবীচুছান তাহমাছেবী (Sussan Tahmasebi) ইৰাণৰ এগৰাকী আগশাৰীৰ মহিলা অধিকাৰৰ সমৰ্থক আৰু বিশেষজ্ঞ।…
- চুছানা শ্বেলডনচুছানা শ্বেলডন (জন্ম প্ৰায় ১৬৭৪ চনত) চেলেম ডাইনী বিচাৰৰ সময়ত অন্যতম মূল ফৰিয়াদী আছিল। চ…
- চুছুমু কিটাগাৱাচুছুমু কিটাগাৱা (Susumu Kitagawa; জন্ম: ৪ জুলাই ১৯৫১) সমন্বয় ৰসায়ন বিজ্ঞানত বিশেষজ্ঞ জাপ…
- চুজাংফাচুজাংফা বা চ্যু-জাং-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜂𑜫 𑜇𑜡)১৪০৭ চনৰ পৰা ১৪২২ চনলৈ আহোম ৰাজ…
- চুজান অৰলিনচুজান অৰলিন (ইংৰাজী: Susan Orlean; জন্ম: ৩১ অক্টোবৰ, ১৯৫৫) এগৰাকী আমেৰিকান সাংবাদিক, টেলিভ…
- চুজান ওৱিকিচুজান ওৱিকি এগৰাকী কম্পিউটাৰ বিজ্ঞানী, এছ'চিয়েচন ফৰ কম্পিউটিং মেচিনেৰী (এচিএম) ফেলো আৰু ক…
- চুজান গেৰহাৰ্টচুজান গেৰহাৰ্ট এগৰাকী আমেৰিকাৰ অৰ্ধ অৱসৰপ্ৰাপ্ত কম্পিউটাৰ বিজ্ঞানী।
- চুজান বাৰ্ণচুজান বাৰ্ণ (ইংৰাজী: Suzanne Berne; জন্ম ১৭ জানুৱাৰী, ১৯৬১) এগৰাকী আমেৰিকান ঔপন্যাসিকা। তে…
- চুজান বাৰ্নাৰ্টচুজান বাৰ্নাৰ্ট (ইংৰাজী: Suzanne Bernert; জন্ম: ২৬ ছেপ্টেম্বৰ) এগৰাকী ভাৰতত বসবাস কৰা জাৰ্…
- চুজি কোৱাট্ৰ'চুজান কে কোৱাট্ৰ (জন্ম ৩ জুন ১৯৫০) এগৰাকী আমেৰিকান গায়িকা, বেছ গীটাৰবাদক, গীতিকাৰ আৰু অভি…
- চুজি চ্যুচুজান জেনেট বেলিয়ান (জন্ম ২৭ মে', ১৯৫৭), যি পেছাদাৰীভাৱে চুজি চ্যু (ইংৰাজী: Siouxsie Siou…
- চুজি পেৰীচুজি পেৰী (ইংৰাজী: Suzi Perry; জন্ম: মে' ১৯৭০) এগৰাকী ব্ৰিটিছ টেলিভিছন উপস্থাপক যিয়ে বিটি…
- চুজিন্ফাচাওফা চুজিন্ফা ( 𑜋𑜧𑜨𑜇𑜡 𑜏𑜢𑜤𑜰𑜫𑜊𑜢𑜃𑜫𑜇𑜡) বা সুৰ সিংহ আহোম সাম্ৰাজ্যৰ নামৰূপীয়…
- চুজেট জৰ্ডানছুজেট জৰ্ডান (Suzette Jordan, ২১ অক্টোবৰ ১৯৭৪ – ১৩ মাৰ্চ ২০১৫) আছিল কলকাতা, ভাৰতৰ এগৰাকী ব…
- চুটিগল্পচুটিগল্প (Short story) সাহিত্যকলাৰ এটি অভিনৱ শাখা যি বাস্তৱ জীৱন আধাৰিত সংক্ষিপ্ত পৰিসৰৰ ক…
- চুটীয়া শালিকাচুটীয়া শালিকা (Jungle Myna, বৈজ্ঞানিক নাম Acridotheres fuscus) শালিকা জাতীয় চৰাইৰ প্ৰজাত…
- চুড়াচান্দপুৰ জিলাচুড়াচান্দপুৰ জিলা (Churachandpur, Pron:/'tʃʊraːˌtʃaːnɗpʊr/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ…
- চুডাংফাচুডাংফা বা ত্যাও-ফ্ৰ' চ্যু-ডাং-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜓𑜂𑜫 𑜇𑜡, Chaupha Siu-Dang-Ph…
- চুণাৰাভাৰতৰ গুজৰাট ৰাজ্যত পোৱা এটা জনগোষ্ঠী হ’ল চুণাৰা। এওঁলোকক পাকিস্তানৰ বন্দৰ চহৰ কৰাচীতো সাম…
- চুণেণফাচাওফা চ্যু-ণেণ-ফা, চুণেণফা, বা প্ৰমত্তসিংহ (ৰাজত্বকাল ১৭৪৪–১৭৫১) স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বি…
- চুণ্ডেল বলংচুণ্ডেল বলং ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জৰ পৌৰাণিক কাহিনীত উল্লেখ থকা এক পৌৰাণিক ভূত, যি এটাৰী …
- চুণ্যেউফাচুণ্যেউফা, চ্যু-ণ্যেউ-ফা (১৭৬৯–১৭৮০) বা লক্ষ্মী সিংহ আছিল আহোম সাম্ৰাজ্যৰ এজন ৰজা আৰু পূৰ্…
- চুত (বেলাৰুছিয়ান পৌৰাণিক কাহিনী)চুত (বেলাৰুছিয়ান: Хут) বেলাৰুছীয় পৌৰাণিক কাহিনীত উল্লিখিত এক গৃহ আত্মা। ই ঘৰলৈ ধন-সম্পত্…
- চুতঙা চাইপুং বিধানসভা সমষ্টিচুতঙা চাইপুং বিধানসভা সমষ্টি (Sutnga Saipung Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ ম…
- চুতণফাচুতণফা (স্বৰ্গদেউ শিৱ সিংহ) আছিল আহোম ৰাজ্যৰ এগৰাকী দীৰ্ঘকালীন শাসক, যাৰ ৰাজত্বকাল ১৭১৪-১৭…
- চুতাম্লাচুতাম্লা (হিন্দু নাম জয়ধ্বজ সিংহ) আছিল আহোম ৰাজবংশৰ এজন স্বৰ্গদেউ, যাঁৰ ৰাজত্বকাল ১৬৪৮ৰ প…
- চুতিমন চুয়েংচাৰোএনচুকয়িংচুতিমন চুয়েংচাৰোএনচুকয়িং (থাই: ชุติมณฑน์ จึงเจริญสุขยิ่ง, ইংৰাজী: Chutimon Chuengcharoen…
- চুতীয়া জনগোষ্ঠীচুতীয়া জনগোষ্ঠী অসমৰ এক থলুৱা সমাজ-গোট, যাৰ ঐতিহাসিক বিকাশ চুতীয়া ৰাজ্য আৰু শদিয়া অঞ্চল…
- চুতীয়া ৰাজ্যচুতীয়া ৰাজ্য আছিল ত্ৰয়োদশ শতিকাৰ পৰা ষোড়শ শতিকাৰ প্ৰথম ভাগলৈকে পূব অসমৰ ব্ৰহ্মপুত্ৰ উপত…
- চুতীয়া–আহোম ৰাজ্যৰ যুদ্ধচুতীয়া–আহোম ৰাজ্যৰ যুদ্ধসমূহ আছিল উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত চুতীয়া ৰাজ্য আৰু আহোম ৰাজ্যৰ…
- চুতুফাচুতুফা বা চাওলুং চ্যু-তু-ফা (𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜄𑜧𑜨 𑜏𑜢𑜤𑜰𑜫 𑜄𑜢𑜤𑜰𑜫 𑜇𑜡. (Tsāo-lung…
- চুতেওফাছাওলুং চু'-তেও-ফা (𑜋𑜈𑜫; 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜈𑜫 𑜄𑜧𑜫: 𑜇า.Tsāolung Sérteuphâ) আহোম ৰাজ্যৰ…
- চুত্যিণ্ফাচাওফা চুত্যিণ্ফা বা চ্যু-ত্যিণ-ফা ১৬৪৪ খ্ৰীষ্টাব্দত চুৰাম্ফাৰ পিছত ৰাজপাটত উঠিছিল। স্বাস…
- চুদানচুদান (আৰবী: السودان, Sūdān), আনুষ্ঠানিকভাৱে চুদান গণৰাজ্য, উত্তৰ-পূৱ আফ্ৰিকাৰ এখন দেশ। ইয…
- চুদানী ৱিকিপিডিয়াচুদানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চুদানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ…
- চুদিংফাচুদিংফা বা চ্যু-দিং-ফা ওৰফে চন্দ্ৰকান্ত সিংহ ১৯৩২ শকৰ ৬ মাঘত অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত স…
- চুন জুচুন জু(Sun Tzu) (অনুমাণিক ৫৪৪–৪৯৬ খ্ৰীষ্টপূৰ্ব) আছিল প্ৰাচীন চীনৰ এজন কিংবদন্তি সামৰিক জেন…
- চুনতি বন্যপ্ৰাণী অভয়াৰণ্যচুনতি বন্যপ্ৰাণী অভয়াৰণ্য (Chunati Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন সংৰক্ষিত বনাঞ্চ…
- চুনি কোটালচুনি কোটাল (Chuni Kotal) হ'ল ভাৰতৰ অনুসূচিত জনজাতি লোধা শবৰ জনগোষ্ঠীৰ দলিত আদিবাসী মহিলা আ…
- চুনী গোস্বামীচুনী গোস্বামী (Chuni Goswami; ১৯৩৮–২০২০) এগৰাকী ভাৰতীয় ক্ৰিকেট আৰু ফুটবল খেলুৱৈ। ৰাষ্ট্ৰী…
- চুনীবালা দেৱীচুনীবালা দেৱী (Chunibala Devi; ১৮৭৫-১৯৫৫) এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁক …
- চুনীবালা হান্সদাচুনীবালা হান্সদা ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সৈতে জড়িত পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। …
- চুন্দন ভল্লামচুন্দন ভাল্লম (Chundan vallam) বা 'ঠোঁটযুক্ত নাও' হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ একপকাৰ নাও। কেৰ…
- চুন্নু জলপ্ৰপাতভাৰতৰ পশ্চিম বংগৰ ব্লুমফিল্ড চাহ বাগিচাত অৱস্থিত চুন্নু জলপ্ৰপাত, যাক ৰক গাৰ্ডেন বুলিও কোৱ…
- চুপিম্ফাচুপিম্ফা বা চাওফা চ্যু-পিম-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜪𑜢 𑜇𑜡)১৪৯৩ চনৰ পৰা ১৪৯৭ চনলৈ …
- চুপ্ফনিঅ'চুপ্ফণিঅ (Sopfünuo) এগৰাকী মহিলা আৰু তেওঁৰ সন্তানৰ বিষয়ে আংগামী নগা লোককাহিনী। তেওঁলোকৰ …
- চুফক্ফাচুফক্ফা বা চ্যু-ফক-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜇𑜨𑜀𑜫 𑜇𑜡) ১৪২২ চনৰ পৰা ১৪৩৯ চনলৈ আহোম …
- চুফিয়া আহমেদচুফিয়া আহমেদ (: Sufia Ahmed; জন্ম ইব্ৰাহীম; ২০ নৱেম্বৰ ১৯৩২ – ৯ এপ্ৰিল ২০২০) এগৰাকী বাংলা…
- চুফিয়া খাতুনচুফিয়া খাতুন (: Sufia Khatun; জন্ম: ০১ জানুৱাৰী ১৯৬১)
- চুফিয়া খাতুন (লেখিকা)চুফিয়া খাতুন (সুফিয়া খাতুন) (মে', ১৯২২ – ৭ জানুৱাৰী ২০২৩) এগৰাকী বাংলাদেশী লেখিকা, শিক্ষ…
- চুফিয়া চুফীচুফিয়া চুফী (: Sufiya Sufi; জন্ম ১৯৮৭) ৰাজস্থানৰ আজমেৰৰ এগৰাকী ভাৰতীয় স্প্ৰিণ্ট এথলীট। ২…
- চুফীবাদচুফীবাদ হৈছে ইছলামৰ ভিতৰত পোৱা ধ্যানমূলক ধৰ্মীয় অনুশীলনপদ্ধতি, যাৰ বৈশিষ্ট্য হৈছে আত্মা প…
- চুফুট-কালেচুফুট-কালে (Chufut-Kale) হৈছে ক্ৰিমিয়ান পৰ্বতমালাত অৱস্থিত মধ্যযুগীয় যুগৰ এখন দুৰ্গ-নগৰ,…
- চুবিণ্ফাছাওলুং চু'-বিন-ফা (𑜋𑜈𑜫; 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇า.Tsāolung Sérbinphâ) আহোম ৰাজ্য…
- চুবেদাৰ ৰূপসিংচুবেদাৰ ৰূপসিং চুবেদাৰ ৰূপসিং আছিল ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন হিন্দুস্থানী চিপাহী।…
- চুভাষ ৱিকিপিডিয়াচুভাষ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চুভাষ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্য…
- চুম দাৰাংচুম দাৰাং (জন্ম ১৬ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী, সামাজিক কৰ্মী, উদ্যোগী আৰ…
- চুমাচুমা (জাপানী: 中馬, অৰ্থ "মধ্য ঘোঁৰা") আছিল মধ্যযুগীয় শিনান' প্ৰদেশ, জাপানৰ এটা ব্যক্তিগত ম…
- চুমা পৰশতেচুমা পৰশতে হৈছে ২০১৪ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক থ্ৰিলাৰ অসমীয়া…
- চুমিয়া টোৰাচুমিয়া টোৰা (Summia Tora) মহিলা আৰু শৰণাৰ্থীৰ অধিকাৰৰ দিশত কাম কৰি থকা এগৰাকী আফগান প্ৰচা…
- চুম্বকচুম্বক (গ্ৰীকৰ পৰা μαγνήτις λίθος magnḗtis líthos, "মেগনেছিয়া শিল") হৈছে এবিধ পদাৰ্থ যি চ…
- চুম্বকীয় ক্ষেত্ৰচুম্বক ক্ষেত্ৰ হৈছে বৈদ্যুতিক কাৰেণ্ট আৰু চুম্বকীয় পদাৰ্থৰ চৌম্বিক প্ৰভাৱ(magnetic effect…
- চুলতান (চলচ্চিত্ৰ)চুলতান হ'ল ২০১৬ চনত মুক্তি লাভ কৰা এখন ভাৰতীয় চলচ্চিত্ৰ। আলী আব্বাছ জাফৰৰ দ্বাৰা পৰিচালিত…
- চুলতানা (অভিনেত্ৰী)চুলতানা বা চুলতানা ৰেজাক (Sultana) ভাৰতীয় উদ্যোগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এগৰাকী অভিনেত্ৰী আছ…
- চুলতানা কামালচুলতানা কামাল (Sultana Kamal) এগৰাকী বাংলাদেশী অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী। তেওঁ নাগৰিক…
- চুলাইচুলাই (Sulai) উত্তৰ-পূব ভাৰতীয় ৰাজ্য অসমত তৈয়াৰ কৰা এবিধ বৰ্ণহীন, উদ্বায়ী, দহনশীল দ্ৰৱ্…
- চুলাক্ষী ৰাণাতুংগাচুলাক্ষী সৌভাগ্য ৰাণাতুংগা (সিংহলী: චූලක්ෂි සෞභාග්යා රණතුංග) (জন্ম: ১৩ ফেব্ৰুৱাৰী ১৯৮৯) এ…
- চুলাগিট্টি নৰসাম্মাচুলাগিট্টি নৰসাম্মা (Sulagitti Narasamma; ১৯২০ – ২৫ ডিচেম্বৰ ২০১৮) কৰ্ণাটক ৰাজ্যৰ টুমকুৰ জ…
- চুলাজ্জা ফিৰোদিয়া মটৱানীচুলাজ্জা ফিৰোদিয়া মটৱানী (: Sulajja Firodia Motwani; জন্ম: ২৬ আগষ্ট ১৯৭০) এগৰাকী ভাৰতীয় …
- চুলাৱেছিচুলাৱেছি (Sulawesi), চেলেবেছ নামেৰেও জনাজাত, ইণ্ডোনেছিয়াৰ এটা দ্বীপ। চাৰিটা বৃহত্তৰ চুণ্ড…
- চুলিচুলি ( Hair) হৈছে ছালৰ নোমকূপৰ পৰা গজি উঠা এক প্ৰটিনযুক্ত আঁহ(প্ৰ’টিন ফিলামেণ্ট)। স্তন্যপা…
- চুলি শিপাচুলি শিপা বা শোষক শিপা হৈছে এপিডাৰ্মাল কোষৰ পৰা ওলোৱা, উদ্ভিদৰ শিপাৰ আগত থকা বিশেষ কোষ। ইহ…
- চুলেইমান খান কাৰাণীচুলাইমান খান কাৰাণী (১৫৬৫–১৫৭২) বংগৰ এজন আফগান চুলতান আছিল। ভাতৃ তাজ খান কাৰাণীৰ মৃত্যুৰ প…
- চুল্লাচাকিচুল্লাচাকি (ইংৰাজী: Chullachaki) পেৰু আৰু ব্ৰাজিলৰ আমাজান অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা …
- চুশ্বিচুশ্বি (しし, 寿司, 鮨, 鮓 ) হৈছে ভিনেগাৰযুক্ত চাউলৰ (চুশ্বি-মেশ্বি) পৰা প্ৰস্তুত কৰা এবিধ জাপান…
- চুহিত্পংফাচুহিত্পংফা, চ্যু-হ্যিত-পং-ফা (১৭৮০–১৭৯৫) বা গৌৰীনাথ সিংহ আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। মোৱ…
- চুহুন্মুংচুহুংমুং বা চাওফা চ্যু-হুন-মুং বা স্বৰ্গনাৰায়ণ আহোম ৰাজ্যৰ চতুৰ্দশ স্বৰ্গদেউ। চুপিম্ফা (…
- চুহেইলা ইয়াকুবচুহেইলা ইয়াকুব (ইংৰাজী: Souheila Yacoub; জন্ম: ২৯ জুন ১৯৯২) এগৰাকী চুইছ অভিনেত্ৰী, নাট্য …
- চুহেনফাচুহেনফা বা চাওফা চ্যু-হেন-ফা ১৪৮৮ চনৰ পৰা ১৪৯৩ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। তেওঁৰ ৰ…
- চুৰাম্ফাচাওফা চুৰাম্ফা বা চ্যু-ৰম-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜨 𑜇𑜡,Suramphaa) আহোম ৰাজপাটত উ…
- চুৰাহীচুৰাহী (টাকৰী লিপিত: 𑚏𑚰𑚤𑚭𑚩𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ…
- চুৰিদাৰচুৰিদাৰ, যাক চুৰিদাৰ পায়জামা বুলিও কোৱা হয়, দক্ষিণ এছিয়াত পুৰুষ আৰু মহিলা উভয়েই পৰিধান…
- চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ)চুৰেণ চোৰৰ পুতেক হৈছে ২০০৫ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বোলছবিখন পৰিচালনা কৰে…
- চুৰেম্ফাচুৰেম্ফা (স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ) আহোম সাম্ৰাজ্যৰ তুংখুঙীয়া ফৈদৰ এজন ৰজা, যাৰ শাসনকাল ১…
- চুৱান ৱুচুৱান ৱু (吳川) হৈছে এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী। তেওঁ মূলতঃ ক্লাউড কম্পিউটিং, বিতৰণিত যন…
- চুৱাৰ, উত্তৰ প্ৰদেশচুৱাৰ উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ ৰামপুৰ জিলাৰ এখন মহানগৰ আৰু পৌৰ সভা।
- চুৱে পাটচুৱে পাট (ইংৰাজী: Suea pat; লাও: ເສື້ອປັດ) বা চুৱে পাই (Suea pai; ເສື້ອປ້າຍ) হৈছে লাওছ, উত…
- চূড়াকৰণচূড়াকৰণ (चूड़ाकरण) বা মুণ্ডন (मुण्डन) হিন্দুসকলৰ পালনীয় ষোল্লটি প্ৰধান বৈদিক ধৰ্মীয় আচা…
- চূড়ামণিচূড়ামণি ( Churamoni/Chudamoni) হৈছে পদুম ফুলৰ আকৃতিৰ এবিধ ভাৰতীয় শিৰাভৰণ যি সাধাৰণতে ৰত্…
- চূড়ামণি (মহাকাব্য)চূড়ামণি (Culamani) বা সুলামণি (Sulamani) হ’ল উত্তৰ-সংগম যুগৰ তামিল সাহিত্যৰ ক্ষুদ্ৰ পাঁচখ…
- চূন পানচূন পান হৈছে শ্ৰীলংকাৰ একপ্ৰকাৰৰ সাধাৰণ ভ্ৰাম্যমাণ ব্ৰেড বিক্ৰেতা। চুন পান ডেলিভাৰীত বিথোভ…
- চে গোৱেৰাআৰ্নেষ্ট "চে" গোৱেৰা (Ernesto "Che" Guevara; ১৪ জুন ১৯২৮ – ৯ অক্টোবৰ ১৯৬৭) আছিল এজন আৰ্জেণ…
- চে'কচে'ক (cheque), এনে এখন নথি যিয়ে কোনো ব্যক্তিৰ বেংক একাউণ্টৰ পৰা যিজন ব্যক্তিৰ নামত চেক জা…
- চেঁচোৰচেঁচোৰ (Water chestnut) এবিধ জলজ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Eleocharis dulcis। ই হৈছে বৰ্…
- চেং ঙুয়েং কুইন চাউচেং ঙুয়েং কুইন চাউ (জন্ম ৩ জুলাই ১৯৯৪) হৈছে ভিয়েটনামৰ এগৰাকী শীৰ্ষ মহিলা মডেল, MC আৰু অভ…
- চেং হংচেং হং (চীনা: 程虹; পিনইন: Chéng Hóng; জন্ম ২১ নৱেম্বৰ ১৯৫৭) এগৰাকী চীনা সাহিত্যৰ গৱেষক আৰু …