অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুনীবালা হান্সদা

চুনীবালা হান্সদা ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সৈতে জড়িত পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেখেত ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সভানেত্ৰী।

হালনাগাদ: ৬ জুলাই ২০২৫ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চুনীবালা হান্সদা ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সৈতে জড়িত পশ্চিম বংগৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেখেত ঝাৰখণ্ড পাৰ্টি (নৰেন)ৰ সভানেত্ৰী।১

জীৱনী

হান্সদাৰ স্বামী নৰেন হান্সদা পশ্চিম বংগ বিধানসভাৰ বিধায়ক আছিল আৰু তেওঁলোকৰ কন্যা বীৰবাহা হান্সদা হৈছে এগৰাকী চাঁওতালি চলচ্চিত্ৰ অভিনেত্ৰী।২

২০০০ চনত হান্সদা বিনপুৰৰ পৰা পশ্চিম বংগ বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।৩ পৰৱৰ্তী সময়ত তেওঁ ২০০৬ চনত এই একেটা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল।৪

তথ্যসূত্ৰ

  1. ↑ (28 March 2019). জোট গড়ে ভোটে ঝাড়খণ্ডী দুই দল. Anandabazar Patrika
  2. ↑ (25 March 2018). পাৰ্বতীপুৰে ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী বীৰবাহা হাঁসদা. Janakantha
  3. ↑ (25 February 2000). Trinamul takes a beating in WB by-polls. rediff.com
  4. ↑ General Elections, India, 2006, to the Legislative Assembly of West Bengal. Constituency-wise Data. Election Commission

সম্পৰ্কিত শ্ৰেণী

পশ্চিম বংগৰ ৰাজনীতিত মহিলাচাঁওতালি ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুনীবালা হান্সদা” প্ৰবন্ধৰ সংশোধন ৫২২৪৪৯ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।