অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুদিংফা

চুদিংফা বা চ্যু-দিং-ফা ওৰফে চন্দ্ৰকান্ত সিংহ ১৯৩২ শকৰ ৬ মাঘত অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ভায়েক আছিল। ৰজা হোৱাৰ সময়ত তেওৰ বয়স আছিল তেৰ বছৰ। তেও দুবাৰকৈ অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ দিনতে কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ সংঘটিত হৈছিল।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

চুদিংফা বা চ্যু-দিং-ফা ওৰফে চন্দ্ৰকান্ত সিংহ ১৯৩২ শকৰ ৬ মাঘত অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ভায়েক আছিল। ৰজা হোৱাৰ সময়ত তেওৰ বয়স আছিল তেৰ বছৰ। তেও দুবাৰকৈ অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ দিনতে কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ সংঘটিত হৈছিল। তেওৰ দিনতে অসমলৈ প্ৰথমবাৰ মান আহিছিল।

সম্পৰ্কিত শ্ৰেণী

টাই-আহোম শাসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুদিংফা” প্ৰবন্ধৰ সংশোধন ৫২৭৮৫৮ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।