অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ)

চুৰেণ চোৰৰ পুতেক হৈছে ২০০৫ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বোলছবিখন পৰিচালনা কৰে চন্দ্ৰ মুদৈয়ে আৰু নাম ভূমিকাত অভিনয় কৰে যতীন বৰাই। আন মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰস্তুতি পৰাশৰ আৰু নিশিতা গোস্বামীয়ে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

চুৰেণ চোৰৰ পুতেক হৈছে ২০০৫ চনত মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। বোলছবিখন পৰিচালনা কৰে চন্দ্ৰ মুদৈয়ে আৰু নাম ভূমিকাত অভিনয় কৰে যতীন বৰাই।১২ আন মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰস্তুতি পৰাশৰ আৰু নিশিতা গোস্বামীয়ে। অসমৰ যাদুশিল্প আৰু যাদুকৰসকলক কাহিনীৰ বিষয়বস্তু হিচাপে নিৰ্মিত এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ।২ সংগীত পৰিচালনা ডা. হিতেশ বৰুৱাৰ।

কাহিনী

কাহিনীৰ মুখ্য চৰিত্ৰ চনি (যতীন বৰা)। তেওঁ চুৰেন নামৰ এজন চোৰৰ পুত্ৰ। কাহিনীৰ পাকচক্ৰত পৰি তেওঁ সাফল্য আৰু সন্মান লাভ কৰিবলৈ যাদুবিদ্যাৰ শিক্ষা লয়।১

অভিনয়ত

সংগীত

ডা. হিতেশ বৰুৱাই চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে।

পুৰস্কাৰ

  • কৌতুক চৰিত্ৰৰ শ্ৰেষ্ঠ অভিনেতা, জ্যোতিৰূপা জইণ্ট মিডিয়া এৱাৰ্ড ফৰ এক্সচেলেঞ্চ ইন ফিল্ম টেলিভচন এণ্ড মিউজিক - যতীন বৰা

তথ্যসূত্ৰ

  1. ↑ Staff reporter. (November 2, 2005). Masala and magic end drought of hits. The Telegraph
  2. ↑ Churen Choror Putek releasing on Aug 26:

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮০৮৬০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।