অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চুকাফা বঁটা

চুকাফা বঁটা অসম চৰকাৰে প্ৰদান কৰা এক বঁ‌টা। সমাজৰ বিভিন্ন দিশলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁ‌টা প্ৰদান কৰা হয়। ২০০৫ চনৰ পৰা এই বঁ‌টাৰ প্ৰচলন হয়। এই বঁটাত আছে দুই লাখ টকা, শৰাই, এৰী চাদৰ আৰু এখন প্ৰশস্তি পত্ৰ।

হালনাগাদ: ২৯ জুন ২০২৩ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

চুকাফা বঁটা অসম চৰকাৰে প্ৰদান কৰা এক বঁ‌টা। সমাজৰ বিভিন্ন দিশলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁ‌টা প্ৰদান কৰা হয়। ২০০৫ চনৰ পৰা এই বঁ‌টাৰ প্ৰচলন হয়। এই বঁটাত আছে দুই লাখ টকা, শৰাই, এৰী চাদৰ আৰু এখন প্ৰশস্তি পত্ৰ। এই বঁটা লাভ কৰা ব্যক্তিসকল হ’ল: নটৱৰ ঠক্কৰ (২০০৫), ৰতন থিয়াম (২০০৬), পদ্ম বৰকটকী (২০০৭), ড° যোগেন্দ্ৰ নাথ ফুকন (২০০৮), ৰংবং তেৰাং (২০০৯), ড° পুষ্প গগৈ (২০১০), টাবুৰাম টাইড (২০১১), খগেন্দ্ৰনাথ শইকীয়া (২০১৪), বিমল বৰপাত্ৰগোহাঁই (২০১৭)।

সম্পৰ্কিত শ্ৰেণী

পুৰস্কাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুকাফা বঁটা” প্ৰবন্ধৰ সংশোধন ৩৭০৩১৯ (২৯ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।