অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

চুইগী

চুইগী (Swiggy) হৈছে গ্ৰাহকে অনলাইন মাধ্যমেৰে খাদ্য অৰ্ডাৰ কৰিব পৰা আৰু ঘৰতে পাব পৰা এটা ৱেব প্লেটফৰ্ম। ২০১৪ চনত প্ৰতিষ্ঠা হোৱা চুইগীয়ে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ তথ্য মতে ৫০০ খনতকৈও অধিক ভাৰতৰ চহৰত ব্যৱসায় কৰে৷ খাদ্য বিতৰণৰ লগতে চুইগী-এ Instamart নামেৰে খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু "Swiggy Genie"…

হালনাগাদ: ২৯ এপ্ৰিল ২০২৪ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

চুইগী (Swiggy) হৈছে গ্ৰাহকে অনলাইন মাধ্যমেৰে খাদ্য অৰ্ডাৰ কৰিব পৰা আৰু ঘৰতে পাব পৰা এটা ৱেব প্লেটফৰ্ম। ২০১৪ চনত প্ৰতিষ্ঠা হোৱা চুইগীয়ে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ তথ্য মতে ৫০০ খনতকৈও অধিক ভাৰতৰ চহৰত ব্যৱসায় কৰে৷১২ খাদ্য বিতৰণৰ লগতে চুইগী-এ Instamart নামেৰে খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু "Swiggy Genie" নামেৰে ক্ষিপ্ৰভাৱে বিভিন্ন পেকেট বিতৰণ কৰে।

বিত্তীয় দিশ

বৰ্ষআয় (কোটিৰ হিচাপত)লাভ/লোকচান (কোটিৰ হিচাপত)
বিত্তীয় বৰ্ষ ২০১৫০.১১-২.১
বিত্তীয় বৰ্ষ ২০১৬২০.০১-১৩৭
বিত্তীয় বৰ্ষ ২০১৭১৩২.২-২০৫.১
বিত্তীয় বৰ্ষ ২০১৮৪৪২-৩৯৩
বিত্তীয় বৰ্ষ ২০১৯১১২৮.৩-২৩৬১.৮
বিত্তীয় বৰ্ষ ২০২০২৬৯৩-৩৯০৮.৫
বিত্তীয় বৰ্ষ ২০২১২১৪৫-১৩১৪

তথ্যসূত্ৰ

  1. ↑ Madhav Chanchani. (17 March 2019). Online food delivery wars are moving from India to Bharat. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ IANS. (2019-10-07). Swiggy now in 500 Indian cities, targets 100 more this year. National Herald

সম্পৰ্কিত শ্ৰেণী

বহুজাতিক কোম্পানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুইগী” প্ৰবন্ধৰ সংশোধন ৪১৯৯৬৯ (২৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।