অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুহিত্পংফা

চুহিত্পংফা, চ্যু-হ্যিত-পং-ফা (১৭৮০–১৭৯৫) বা গৌৰীনাথ সিংহ আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। মোৱামৰীয়া বিদ্ৰোহত ৰাজধানী ৰংপুৰ হেৰুৱাই তেওঁ নগাঁও আৰু গুৱাহাটীত বাহৰ পাতে। কেপ্তেইন ৱেলছে আহি বিদ্ৰোহীসকলক দমন কৰাৰ পিছত তেওঁ যোৰহাটত ৰাজধানী পাতে।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

চুহিত্পংফা, চ্যু-হ্যিত-পং-ফা (১৭৮০–১৭৯৫) বা গৌৰীনাথ সিংহ আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। মোৱামৰীয়া বিদ্ৰোহত ৰাজধানী ৰংপুৰ হেৰুৱাই তেওঁ নগাঁও আৰু গুৱাহাটীত বাহৰ পাতে। কেপ্তেইন ৱেলছে আহি বিদ্ৰোহীসকলক দমন কৰাৰ পিছত তেওঁ যোৰহাটত ৰাজধানী পাতে।

শাসনকাল

তথ্য সংগ্ৰহ

  • Gogoi, Padmeshwar. (1968). The Tai and the Tai Kingdoms. Gauhati University

সম্পৰ্কিত শ্ৰেণী

টাই-আহোম শাসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুহিত্পংফা” প্ৰবন্ধৰ সংশোধন ৫২৭৮৫৬ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।