অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চুণাৰা

ভাৰতৰ গুজৰাট ৰাজ্যত পোৱা এটা জনগোষ্ঠী হ’ল চুণাৰা। এওঁলোকক পাকিস্তানৰ বন্দৰ চহৰ কৰাচীতো সামান্যসংখ্যক পোৱা যায়। এতিয়া চুণাৰাৰ দুটা সম্প্ৰদায়, এটা হিন্দু আৰু আনটো মুছলমান।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৫ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ গুজৰাট ৰাজ্যত পোৱা এটা জনগোষ্ঠী হ’ল চুণাৰা। এওঁলোকক পাকিস্তানৰ বন্দৰ চহৰ কৰাচীতো সামান্যসংখ্যক পোৱা যায়। এতিয়া চুণাৰাৰ দুটা সম্প্ৰদায়, এটা হিন্দু আৰু আনটো মুছলমান।

মূল

গুজৰাটীত চুণাৰা শব্দৰ আক্ষৰিক অৰ্থ হৈছে চূণা (চূণ) প্ৰস্তুত কৰা কোনোবা। তেওঁলোকৰ পৰম্পৰা অনুসৰি তেওঁলোক প্ৰথমে ৰাজস্থানৰপৰা গুজৰাটলৈ প্ৰব্ৰজন কৰি বৰোদাৰ গেকৱাৰৰ সেনাবাহিনীত যোগদান কৰা ৰাজপুত আছিল। নিজৰ মালিক বৰোদাৰ মাৰাঠা শাসকজনৰ লগত ফল আউট হোৱাৰ পিছত তেওঁলোকে চূণ নিৰ্মাণৰ কামত লাগিল। তাৰ পিছত চুণাৰাৰ এটা অংশই ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু এতিয়া দুটা সুকীয়া সম্প্ৰদায় আছে, এটা হিন্দু আৰু আনটো মুছলমান।১

তথ্যসূত্ৰ

  1. ↑ Chunara India's communities, Volume 1 by Kumar Suresh Singh, Anthropological Survey of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সামাজিক সম্প্ৰদায়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুণাৰা” প্ৰবন্ধৰ সংশোধন ৫৩৭৮৪৭ (৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।