চুফক্ফা বা চ্যু-ফক-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜇𑜨𑜀𑜫 𑜇𑜡) ১৪২২ চনৰ পৰা ১৪৩৯ চনলৈ আহোম ৰাজ্য শাসন কৰা চাওফা। তেওঁ ৰজা চুজাংফাৰ পুত্ৰ আছিল। চুজান্ফাৰ মৃত্যুৰ পাছত ১৪২২ চনত ৰাজপাটত উঠি তেওঁ ১৭ বছৰ ৰাজ্য শাসন কৰে। তেওঁৰ ৰাজত্বকালৰ একো উল্লেখনীয় ঘটনা বুৰঞ্জীত পাবলৈ নাই।১ ১৪৩৯ চনত তেওঁৰ মৃত্যুৰ পাছত পুতেক চুচেনফা ৰজা হয়।
তথ্যসূত্ৰ
- Gait, E A. (1926). A History of Assam. Thackar, Spink and Co
তথ্যসূত্ৰ
- ↑ Gait 1926, পৃ. 84
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুফক্ফা” প্ৰবন্ধৰ সংশোধন ৬৩১৩৫৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।