অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

চুচন চন্দ্ৰ গগৈ

ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে আগুৱাই গৈ সংগ্ৰাম কৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ আঠখেল মৌজাধীন দোলাকাষৰীয়া গাঁ‌ৱৰ বাসিন্দা স্বৰ্গীয় শশীধৰ গগৈৰ তৃতীয় পুত্ৰ আছিল চুচন চন্দ্ৰ গগৈ।

হালনাগাদ: ২৫ আগষ্ট ২০২৩ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে আগুৱাই গৈ সংগ্ৰাম কৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ আঠখেল মৌজাধীন দোলাকাষৰীয়া গাঁ‌ৱৰ বাসিন্দা স্বৰ্গীয় শশীধৰ গগৈৰ তৃতীয় পুত্ৰ আছিল চুচন চন্দ্ৰ গগৈ। ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈ কেইবাবাৰো জেইল খোৱা সংগ্ৰামীজনে স্বাধীনতাৰ পৰবৰ্তী কালত বৈষ্ণৱ ধৰ্মৰে দিক্ষিত হৈ নামাচাৰ্য হিচাবে দিন নিয়াইছিল। পত্নীৰ মৃত্যুৰ পাছত পুনৰ বিবাহ নকৰোৱা সংগ্ৰামীজনৰ তিনিগৰাকী কণ্যা আৰু তিনিজন পুত্ৰ আছিল। ১৯৯২ চনৰ বহাগ মাহত সংগ্ৰামী জনৰ বাধক্যজনিত কাৰণত মৃত্যু হ'য়।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুচন চন্দ্ৰ গগৈ” প্ৰবন্ধৰ সংশোধন ৩৭৫৪৯১ (২৫ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।