অ–ক্ষ সূচী
বৰ্ণানুক্ৰমে সকলো প্ৰবন্ধ। এটা আখৰ বাছক।
ম ২,১৫১ প্ৰবন্ধ
- মুনকেকমুনকেক হৈছে চীনৰ বেকাৰীৰ সামগ্ৰী যিটো পৰম্পৰাগতভাৱে মধ্য শৰৎ উৎসৱৰ সময়ত খোৱা হয়। এই উৎসৱ…
- মুনমী ফুকনমুনমী ফুকন (ইংৰাজী: Moonmi Phukan) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমান…
- মুনমুন দত্তমুনমুন দত্ত (Munmun Dutta; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী…
- মুনমুন দাসমুনমুন দাস (ইংৰাজী: Munmun Das) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ তিৱা লোক সংগীতৰ বাবে বিশেষভাৱ…
- মুনা থাপা মগৰমুনা থাপা মগৰ (নেপালী: मुना थापा मगर) এগৰাকী নেপালী লোক-গায়িকা। তেওঁ নেপালৰ গোৰ্খা জিলাৰ …
- মুনাৱৰ চুলতানামুনাৱৰ চুলতানা (Munawar Sultana; ১৯২৪-২০০৭) হিন্দী-উৰ্দু চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰত…
- মুনিমুনি কাশ্যপৰ অন্যতম পত্নী। দক্ষ আৰু তেওঁৰ পত্নী অশিক্নীৰ ষাঠিজনী কন্যাৰ ভিতৰত এগৰাকী। তেওঁ…
- মুনিজাই জাহাংগীৰমুনিজাই জাহাংগীৰ এগৰাকী পাকিস্তানৰ টেলিভিছন সাংবাদিক আৰু চলচ্চিত্ৰ নিৰ্মাতা যিয়ে বৰ্তমান …
- মুনিন বৰুৱামুনিন বৰুৱা (১৯৪৬–২০১৮) আছিল জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ, যাৰ সুস…
- মুনিন্দ্ৰ হাজংমুনিন্দ্ৰ হাজং (Munindra Hajong) অসমৰ এগৰাকী তথা হাজং জনগোষ্ঠীৰ লোক-সংস্কৃতিবিদ, অভিনেতা, …
- মুনিবা মাজাৰিমুনিবা মাজাৰি (منیبہ مزاری; জন্ম ৩ মাৰ্চ ১৯৮৭) এজনী পাকিস্তানী মানৱাধিকাৰ কৰ্মী, চিত্ৰশিল্…
- মুনিম খানমুনিম খান (৭ মাৰ্চ ১৫২৫ – ২৩ অক্টোবৰ ১৫৭৫) সম্ৰাট হুমায়ুন আৰু আকবৰ দুয়োৰে অধীনত কাম কৰা …
- মুনিয়া গাংগুলীমুনিয়া গাংগুলী (Munia Ganguli) এগৰাকী ভাৰতীয় বায়'কেমিষ্ট, বায়'টেকনোলজিষ্ট আৰু জিনোমিক্…
- মুনীন বায়নমুনীন বায়ন অসমৰ এগৰাকী প্ৰখ্যাত সাংবাদিক, চিন্তাশীল লেখক, সাহিত্য সমালোচক তথা চলচ্চিত্ৰ স…
- মুনীন বৰকটকীমুনীন বৰকটকী (১৯১৫-১৯৯৩) বিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক। তেখেতে যথেষ্ট সংখ্যক উচ্…
- মুনীন বৰকটকী বঁটাপ্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হ…
- মুনীন বৰকটকীৰ প্ৰসঙ্গ সমালোচনা (গ্ৰন্থ)মুনীন বৰকটকীৰ প্ৰসঙ্গ সমালোচনা অসমীয়া ভাষাৰ সমালোচনামূলক এখন গ্ৰন্থ৷ গ্ৰন্থখনত মুনীন বৰকট…
- মুনীন ভূঞামুনীন ভূঞা (১৯৪৭-২০০৪) অসমীয়া নাট্য জগতৰ এগৰাকী নাট্যকাৰ আৰু পৰিচালক। ১৯৭৬ চনত আকাশবাণী ড…
- মুনেল (চলচ্চিত্ৰ)মুনেল (மணல்) হৈছে ২০২৩ চনৰ শ্ৰীলংকাৰ তামিল ভাষাৰ নাট্য ছবি, যাৰ ৰচনা, পৰিচালক আৰু প্ৰযোজক …
- মুন্ধুমমুন্ধুম (পেইলান নামেৰেও জনাজাত) নেপালৰ লিম্বু জনগোষ্ঠীৰ প্ৰাচীন ধৰ্মগ্ৰন্থ আৰু লোকসাহিত্য।…
- মুন্নাৰমুন্নাৰ (Munnar) দক্ষিণ-পশ্চিম ভাৰতৰ কেৰালা ৰাজ্যৰ ইদুক্কী জিলাত অৱস্থিত এখন চহৰ। মুন্নাৰ …
- মুন্নী সাহামুন্নী সাহা এগৰাকী বাংলাদেশী সাংবাদিক আৰু দূৰদৰ্শনৰ অনুষ্ঠান সঞ্চালিকা। তেওঁ মূলতঃ এটিএন ন…
- মুবাৰক বেগমমুবাৰক বেগম (ইংৰাজী: Mubarak Begum; সম্পূৰ্ণ নাম: মহৰুত্তুন মুবাৰক উল-নিছা বেগম) এগৰাকী ভা…
- মুবাৰক বেগম (তৱাইফ)মুবাকৰ বেগম (ইংৰাজী: Mubarak Begum) এগৰাকী ভাৰতীয় তৱাইফ (নৃত্যশিল্পী) আৰু দিল্লীৰ মোগল দৰ…
- মুভাট্টুপুঝামুভাট্টুপুঝা (Muvattupuzha) কেৰালাৰ এৰ্নাকুলাম জিলাৰ এখন পৌৰসভা। জিলা সদৰ থ্ৰিক্কাকাৰাৰপৰা…
- মুভিং ৰ’ব ৱ’মেনমুভিং ৰ’ব ৱ’মেন (ছিউক্স নাম: Tȟašína Máni), যাক মেৰী ক্ৰ'লাৰ, হাৰ ঈগল ৰ’ব, শ্বি ৱাকছ উইথ হ…
- মুমতাজনাগমা খান (ইংৰাজী: Nagma Khan; জন্ম: ৫ জুলাই ১৯৮০), যিগৰাকী কেৱল মুমতাজ নামেৰে অধিক পৰিচিত…
- মুমতাজ (অভিনেত্ৰী)মুমতাজ আস্কাৰি মাধৱানী ( Mumtaz Askari Madhvani, জন্ম: ৩১ জুলাই ১৯৪৭) ছবিজগতৰ পৰা অৱসৰ লোৱ…
- মুমতাজ এম. কাজীমুমতাজ এম. কাজী: Mumtaz M. Kazi; এগৰাকী ভাৰতীয় ৰেল অভিযন্তা। তেওঁ ডিজেল ইঞ্জিনযুক্ত ৰেল চ…
- মুমতাজ শান্তিমুমতাজ শান্তি ( Mumtaz Shanti; ২৮ মে' ১৯২৬ – ১৯ অক্টোবৰ ১৯৮৯) ভাৰত বিভাজনৰ পূৰ্বৰ ভাৰতীয় …
- মুমতাজ শ্বেইখমুমতাজ শ্বেইখ (Mumtaz Shaikh; জন্ম-১৮ নৱেম্বৰ ১৯৮১) ভাৰতৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। মুম্ব…
- মুমতাজ সৰকাৰমুমতাজ সৰকাৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। যাদুকৰ পিচি স’ৰকাৰ জুনিয়ৰ আৰু জয়ছ্ৰী স’ৰ…
- মুমতাজমহলমুমতাজ মহল (হিন্দুস্তানী: ممتاز محل, मुमताज़ महल, আক্ষৰিক অৰ্থত জুৱেল পেলেচ) পুৰণি দিল্লীৰ…
- মুমাইত খানমুমাইত খান (জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ তেলুগু,…
- মুমিনমুমিন এটা আৰবী শব্দ, যিটো মূলত আৰবী ঈমান শব্দটোৰ পৰা আহিছে। ৰ শাব্দিক অৰ্থ "বিশ্বাসী" আৰু …
- মুম্বাইমুম্বাই (পূৰ্বতে বম্বে বা বোম্বাই, मुंबई. ) ভাৰতৰ অন্তৰ্ভুক্ত মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী। ম…
- মুম্বাই কাটিংমুম্বাই কাটিং ( Mumbai Cutting ) ২০০৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এঘাৰখন চুটিছবিৰ এখন এন্থ’ল’…
- মুম্বাই চিটি এফ চিমুম্বাই চিটি ফুটবল ক্লাব (মাৰাঠি:मुंबई सिटी फुटबॉल क्लब) এটি ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল ফ্ৰ…
- মুম্বাই বিশ্ববিদ্যালয়অনানুষ্ঠানিকভাৱে মুম্বাই বিশ্ববিদ্যালয় (MU) নামে জনাজাত মুম্বাই বিশ্ববিদ্যালয় ভাৰতৰ মহাৰ…
- মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেলমুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত ১৯ শতিকাৰ ভিক্টৰ…
- মুয়েচাৰ আব্দুল্লাহেদমুয়েচাৰ আব্দুল্লাহেদ এগৰাকী উইগুৰ কবি আৰু শিক্ষয়িত্ৰী। তেওঁ চীন চৰকাৰৰ কৰ্তৃপক্ষৰদ্বাৰা …
- মুলতানী লিপিমুলতানী লিপি মুলতানী হৈছে পঞ্জাৱৰ মুলতান অঞ্চল আৰু পাকিস্তানৰ উত্তৰ সিন্ধুঅঞ্চলত উদ্ভৱ হোৱ…
- মুলাডোনাকাটালন পৌৰাণিক কাহিনীত মুলাডোনা বা ডোনামুলা বুলিও কোৱা (কাটালান ভাষাত খচ্চৰ-মহিলা বা মহিলা…
- মুলান (১৯৯৮ চনৰ চলচ্চিত্ৰ)মুলান (ইংৰাজী: Mulan) হ'ল ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল এডভেঞ্চাৰ …
- মুল্কৰাজ আনন্দমুল্কৰাজ আনন্দ (১২ ডিচেম্বৰ ১৯০৫ – ২৮ ছেপ্তেম্বৰ ২০০৪) এগৰাকী খ্যাতনামা ভাৰতীয় ইংৰাজী ভাষ…
- মুসাসা ভাষামুসাসা (উচ্চাৰিত মুচাচা) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ নেপালত ব্যৱহৃত। ই পূৰ্বী …
- মুস্তানছিৰ বাৰ্মাপদ্মশ্ৰী ড° মুস্তানছিৰ বাৰ্মা এগৰাকী প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিদ। তেওঁ পৰিসাংখ্যিক বল বিজ্ঞ…
- মুস্তাফা আব্দুল্লাহীমুস্তাফা আব্দুল্লাহী (১৯৫৫ – ২১ মে', ২০১৫) আছিল এজন অত্যন্ত প্ৰভাৱশালী ইৰানী মঞ্চ আৰু চলচ্…
- মুহাম্মদ আল-মাহদীমহম্মদ ইবনে হাছান আল মাহদী( ইংৰাজী: Muhammad ibn al-Mahdi ) শ্বিয়াসকলে বিশ্বাস কৰে যে তেও…
- মুহাম্মদ ইউনুছমুহাম্মদ ইউনুছ (জন্ম: ২৮ জুন, ১৯৪০) এজন বাংলাদেশী ন'বেল বঁটা বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ…
- মুহাম্মদ: দ্য মেচেঞ্জাৰ অৱ গডমুহাম্মদ: দ্য মেচেঞ্জাৰ অৱ গড (محمد رسول الله, Muhammad: The Massager of God) হৈছে ২০১৫ চন…
- মুহাম্মাদমুহাম্মাদ (২৯ আগষ্ট ৫৭০ মোহাম্মাদ আৰু মহম্মদ নামেও পৰিচিত; সম্পূৰ্ণ নাম: আবু আল-কাশ্বিম মু…
- মুহাম্মাদ বিন আব্দুল্লাহ মছজিদমুহাম্মাদ বিন আব্দুল্লাহ মছজিদ বা অযোধ্যা মছজিদ হৈছে অযোধ্যা বিবাদ গোচৰৰ সৈতে জড়িত ৰায়দা…
- মুহাম্মাদী বেগমমুহাম্মাদী বেগম (ইংৰাজী: Muhammadi Begum; জন্ম: ২২ মে' ১৮৭৮ – মৃত্যু: ২ নৱেম্বৰ ১৯০৮) এগৰা…
- মুহাম্মাদৰ প্ৰথম প্ৰকাশমুহাম্মাদৰ প্ৰথম প্ৰকাশ আছিল ইছলামিক পৰম্পৰাত ৬১০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা বুলি বৰ্ণনা কৰা…
- মুহিবুল্লাহ বাবুনগৰীশ্বাহ মহম্মদ মুহিবুল্লাহ বাবুনাগৰী (শাহ মোহম্মদ মুহিব্বুল্লাহ বাবুনগব়ী, জন্ম ১৫ ফেব্ৰুৱাৰ…
- মুহিবুৰ ৰহমানমুহিবুৰ ৰহমান (Muhibur Rahman) অসমৰ লখিমপুৰ জিলাৰ এগৰাকী জিকিৰ গায়ক। জিকিৰ গায়ক হিচাপে ত…
- মুহিৰাম শইকীয়ামুহিৰাম শইকীয়া (জন্ম ১৫ এপ্ৰিল ১৯২৩) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ অসমৰ নগাওঁ লোকসভা…
- মুৰকীমুৰ্কী হৈছে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত এটা চমু তান বা উলটি দিয়া মৰ্ডেণ্ট, যাক কৰ্ণাটক…
- মুৰলীকান্ত পেটকাৰমুৰলীকান্ত পেটকাৰ (Murlikant Petkar) ভাৰতৰ প্ৰথম পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী। তেওঁ জাৰ্ম…
- মুৰাদ টাকলামুৰাদ টাকলা (মুব়াদ টাকলা) হৈছে ২০১০-ৰ দশকৰ পৰা বাংলাদেশী কৌতুকত ব্যৱহৃত এটা বাক্যাংশ। ইয়…
- মুৰাসুৰমুৰাসুৰ হিন্দু শাস্ত্ৰত উল্লেখ কৰা অতি শক্তিশালী অসুৰ (দানৱ), যিয়ে নৰকাসুৰৰ সৈন্যবাহিনীত …
- মুৰাৰিচাঁদ মহাবিদ্যালয়মুৰাৰিচাঁদ মহাবিদ্যালয় (মুরারিচাঁদ মহাবিদ্যালয়) ব্ৰিটিছ শাসিত অসমৰ প্ৰথম মহাবিদ্যালয় আৰ…
- মুৰিমুৰিয়াপ্ৰাক-খ্ৰীষ্টান ফিজিৰ পৌৰাণিক কাহিনীত মুৰিমুৰিয়া পাতালৰ অংশ। ফিজিৰ ধৰ্ম অনুসৰি মানুহৰ মৃত…
- মুৰুং উত্সৱমুৰুং হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ আপাতানি জনজাতিসকলে উদযাপন কৰা এক তাত্পৰ্য…
- মুৰুগাশঙ্কৰী লিওমুৰুগাশঙ্কৰী লিও (ইংৰাজী: Murugashankari Leo) হৈছে এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য শি…
- মুৰ্কট্টামুৰ্কট্টা (নেপালী: मुर्कट्टा, ইংৰাজী: Murkatta) চকু আৰু মুখ বুকুত থকা আৰু বাহুৰ তলত মূৰ থক…
- মুৰ্গীৰ জোলমুৰ্গীৰ জোল ( Chicken curry), বা কুকুৰাৰ তৰকাৰী,বা মুৰ্গীৰ তৰকাৰী নাইবা চিকেন কাৰী ভাৰত উপ…
- মুৰ্শিদাবাদমুৰ্শিদাবাদ (মুৰ্ছিদাবাদ) বংগ, বিহাৰ, উৰিষ্যাৰ পূৰ্বৰ ৰাজধানী। ইয়াৰ প্ৰতিষ্ঠাপক মুৰ্শিদকু…
- মূকাভিনয়মূকাভিনয়ৰ অৰ্থ হৈছে মুখৰে শব্দ উচ্চাৰণ নকৰাকৈ বা সংলাপ নোকোৱাকৈ মনৰ ভাব প্ৰকাশ কৰা। নাট্য…
- মূছা খাঁমূছা খান (মূসা খাঁ(১৫৯৯–১৬১০)) আছিল বংগৰ বাৰ ভূঞাসকলৰ নেতা। পিতৃ ইছা খানৰ মৃত্যুৰ পিছত তেও…
- মূলধন (অৰ্থনীতি)অৰ্থনীতিত মূলধন, মূলধনীজাত সামগ্ৰী বা প্ৰকৃত মূলধন বুলিলে পণ্য বা সেৱাৰ উত্পাদনত ব্যৱহৃত হ…
- মূলামূলা (reddish), (বৈজ্ঞানিক নাম: Raphanus Raphanistram) হৈছে দক্ষিণ এছিয়াৰ খাদ্যত বিশেষকৈ …
- মূলা গাভৰুমূলা গাভৰু (নাঙ ম’-লা/নাঙ মূলা কুঁৱৰী গাভৰু) আহোম ৰাজপৰিয়ালৰ কন্যা, যুঁজাৰু মহিলা আৰু আহো…
- মূলাগাঁওমূলাগাঁও (ইংৰাজী: Mulagaon) হৈছে ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত এখন গাঁও, যি বঙা…
- মূৰহীন খচ্চৰমূৰহীন খচ্চৰ ব্ৰাজিলৰ লোককথাৰ এটা পৌৰাণিক চৰিত্ৰ।
- মূৰহীন ঘোঁৰাচালকমূৰবিহীন ঘোঁৰাচালক মধ্যযুগৰপৰাই ইউৰোপৰ বিভিন্ন লোককথাত প্ৰকাশ পোৱা পৌৰাণিক ব্যক্তিত্বৰ এক …
- মূৰা দেৱালয়মূৰা দেৱালয় হৈছে অবিভক্ত দৰং জিলাৰ আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ এখন অতি প্ৰাচীন আৰু শক্তিশ…
- মূৰাৰা, ৰঙিয়ামূৰাৰা (ইংৰাজী: Murara, Rangiya) হৈছে ৰঙিয়া চহৰৰ অন্তৰ্গত এখন চুবুৰীয়া গাঁও ই ৰঙিয়া মহক…
- মূৰিঘণ্টমূৰিঘণ্ট বা মাছৰ মূৰৰ তৰকাৰী ( মালয় আৰু ইণ্ডোনেছিয়ান: কাৰি কেপালা ইকান) ইণ্ডোনেছিয়ান মা…
- মূৰ্কংচেলেকমূৰ্কংচেলেক (ইংৰাজী: Murkongselek) অসমৰ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত এখন গাঁও। ই অস…
- মূৰ্কংচেলেক ৰেলৱে ষ্টেচনমূৰ্কংচেলেক ৰেলৱে ষ্টেচন অসমৰ ধেমাজি জিলাৰ এক অন্যতম মূল ৰেলৱে ষ্টেচন। ইয়াৰ ক'ড হৈছে MZS।…
- মূৰৰ বিষমূৰৰ বিষ হৈছে মূৰ বা ডিঙি অঞ্চলৰ যিকোনো অংশত হোৱা যিকোনো ধৰণৰ বিষ বা বেদনা। ই মূৰ বা ডিঙিত…
- মূৱলুৰ ৰামমীৰথামমূৱলুৰ ৰামমীৰথাম (Moovalur Ramamirtham(১৮৮৩–১৯৬২) এগৰাকী তামিল সমাজ সংস্কাৰক, লেখক আৰু দ্ৰ…
- মৃকান্দমৃকান্দ বা মৃকাণ্ড হিন্দু পৌৰাণিক কাহিনীৰ এজন ঋষি। তেওঁ মনস্বিনীৰ স্বামী আৰু মাৰ্কণ্ডেয়ৰ …
- মৃগনাভি (চলচ্চিত্ৰ)মৃগনাভি (ইংৰাজী: Mriganabhi) হ'ল ২০১৭ বৰ্ষৰ ৩ মাৰ্চত লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বিশিষ্…
- মৃগয়ামৃগয়া বা মৃগ চিকাৰ (পহু চিকাৰ) (Deer hunting) হ'ল মাংস আৰু ক্ৰীড়াৰ বাবে কৰা হৰিণ বা মৃগৰ…
- মৃগয়া (চলচ্চিত্ৰ)মৃগয়া (Mrigayaa) ১৯৭৬ চনত মুক্তি পোৱা হিন্দী ভাষাত নিৰ্মিত এখন ‘ঐতিহাসিক নাট্যধৰ্মী’ ছবি।…
- মৃগশিৰামৃগশিৰা (দেৱনাগৰী: मृगशीर्ष) হৈছে হিন্দু জ্যোতিষ আৰু জ্যোতিষ বিজ্ঞানত ব্যৱহৃত চন্দ্ৰ ভৱনৰ …
- মৃগাংক বৰামৃগাংক বৰা এজন ভাৰতীয়-অসমীয়া চলচ্চিত্ৰ পৰিচালক, লিখক আৰু প্ৰযোজক। তেওঁ ৰিয়াজ (চলচ্চিত্ৰ…
- মৃগীৰোগমৃগীৰোগ (Epilepsy) এক স্নায়ুজনীত ৰোগ, যি মস্তিষ্কৰ অস্বাভাৰিক অৱস্থাৰ পৰা এই ৰোগ হয়। এনে…
- মৃগেন শৰ্মামৃগেন শৰ্মা (ইংৰাজী: Mrigen Sarma; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী অসমীয়া লেখক, কবি, সাং…
- মৃচ্চকটিকামৃচ্চকটিকা (সংস্কৃত: मृच्छकटिकम्; বানান মৃচ্ছকটিকা, মৃচ্চকতিকা, মৃচকটিকা বা মৃচকতিকা বুলিও…
- মৃণাল কলিতাড° মৃণাল চন্দ্ৰ কলিতা (Dr. Mrinal Chandra Kalita) অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন…
- মৃণাল কান্তি দাসমৃণাল কান্তি দাস (Mrinal Kanti Das, ৩০ অক্টোবৰ, ১৯৬৫ - ৩ ছেপ্টেম্বৰ ২০০৪) এগৰাকী চিত্ৰগ্ৰহ…
- মৃণাল তালুকদাৰমৃণাল তালুকদাৰ হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক আৰু তথ্যচিত্ৰ নিৰ্মাতা।
- মৃণাল পাণ্ডেমৃণাল পাণ্ডে (জন্ম: ২৬ ফেব্ৰুৱাৰী,১৯৪৬) এগৰাকী ভাৰতীয় দূৰদৰ্শন ব্যক্তিত্ব, সাংবাদিক আৰু ল…
- মৃণাল মিৰিড॰ মৃণাল মিৰি (Mrinal Miri; জন্ম: ১ আগষ্ট, ১৯৪০) এগৰাকী ভাৰতীয় দাৰ্শনিক আৰু শিক্ষাবিদ। তে…
- মৃণাল সেনমৃণাল সেন (Mrinal Sen) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য …
- মৃণালমাহীমৃণালমাহী হ'ল সত্যপ্ৰসাদ বৰুৱাৰ এখন উল্লেখযোগ্য সামাজিক মনস্তাত্ত্বিক নাটক। এই নাটকখন প্ৰক…
- মৃণালিনী দেৱীমৃণালিনী দেৱী (১ মাৰ্চ ১৮৭৪ – ২৩ নৱেম্বৰ ১৯০২) আছিল এগৰাকী অনুবাদক আৰু ন'বেল বঁটা বিজয়ী ক…
- মৃণালিনী দেৱী পুৱাৰমৃণালিনী দেৱী পুৱাৰ (Mrunalini Devi Puar; ২৫ জুন ১৯৩১ – ২ জানুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় শি…
- মৃণালিনী মুখাৰ্জীমৃণালিনী মুখাৰ্জী (১৯৪৯ – ১৫ ফেব্ৰুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় ভাস্কৰ্য শিল্পী। ভাস্কৰ্য্য শ…
- মৃণালিনী সাৰাভাইমৃণালিনী বিক্ৰম সাৰাভাই (১১ মে', ১৯১৮ – ২১ জানুৱাৰী, ২০১৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য…
- মৃণালিনী ৰবিমৃণালিনী ৰবি (লগতে, মৃণালিনী ৰবি) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু তেলুগু চলচ্চিত্…
- মৃত সাগৰমৃত সাগৰ বা ডে'ড ছী পশ্চিম এছিয়াৰ ইজৰাইল আৰু জৰ্ডানৰ সীমান্ত অৱস্থিত লুণীয়া পানীৰ হ্ৰদ। …
- মৃতকক দিয়ামৃতকক দিয়া প্ৰথা হৈছে ঠেঙ্গাল কছাৰী সমাজত পৰিয়ালবৰ্গৰ মঙ্গলাৰ্থে পালন কৰা এক পুৰণি প্ৰথা…
- মৃত্যুমৃত্যু হৈছে এনে এটা অৱস্থা য'ত এটা জীৱৰ সকলো জৈৱিক ক্ৰিয়া বন্ধ হৈ যায়। বৰ্দ্ধিত বয়স, চি…
- মৃত্যু গচকি আনা জয়জিনিমৃত্যু গচকি আনা জয়জিনি সাহিত্যিক বীৰেন বৰকটকী ৰচিত এখন জীৱনীভিত্তিক উপন্যাস। উপন্যাসখন কন…
- মৃত্যুঞ্জয়মৃত্যুঞ্জয় (Mrityunjay) অসমীয়া সাহিত্য জগতত লেখত ল’বলগীয়া উপন্যাসসমূহৰ ভিতৰত অন্যতম। এই…
- মৃত্যুদণ্ডমৃত্যুদণ্ড বা প্ৰাণদণ্ড (capital punishment) হৈছে আইনী উপায়েৰে শাস্তি হিচাপে এজন ব্যক্তিক…
- মৃদু পদাৰ্থকোমল পদাৰ্থ ঘনীভূত পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। কোমল পদাৰ্থক তাপীয় ক্ৰিয়া অথবা বল প্ৰয়োগ কৰ…
- মৃদু মৌচম বৰামৃদু মৌচম বৰা (জন্ম: ১ জুলাই, ১৯৮০) অসমৰ সংস্কৃতি সংৰক্ষণকাৰী, পাণ্ডুলিপি চিত্ৰশিল্পী, নাট…
- মৃদুল কুমাৰ দত্তমৃদুল কুমাৰ দত্ত (ইংৰাজী: Mridul Kumar Dutta) অসমৰ এগৰাকী ৰাজনীতিবিদ। বৰ্তমান তেওঁ দেৰগাঁও…
- মৃদুল শৰ্মামৃদুল শৰ্মা একাধাৰে ঔপন্যাসিক, সমালোচক, নাট্যকাৰ আৰু অধ্যাপক৷ অসমৰ পৰা প্ৰকাশিত ই-আলোচনী ‘…
- মৃদুল হালৈমৃদুল হালৈ (Mridul Haloi) এগৰাকী অসমীয়া কবি আৰু সাংবাদিক। প্ৰান্তিক আলোচনীৰ পাতত তেওঁ কবি…
- মৃদুল ৱাধৱামৃদুল মচিন্দ্ৰ ৱাধৱা (Mridul Machindra Wadhwa, জন্ম ১৯৭৮) ভাৰতত জন্মগ্ৰহণ কৰা স্কটিছ মহিলা…
- মৃদুলা বৰুৱামৃদুলা বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী দীৰ্ঘদিনীয়া অভিনেত্ৰী, যিয়ে চলচ্চিত্ৰৰ উপৰি ভ…
- মৃদুলা ভাটকাৰমৃদুলা ভাটকাৰ (Mridula Bhatkar; জন্ম ২৮ মে' ১৯৫৭) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ…
- মৃদুলা সাৰাভাইমৃদুলা সাৰাভাই (Mridula Sarabhai) (৬ মে', ১৯১১ – ২৬ অক্টোবৰ, ১৯৭৪) হৈছে এগৰাকী ভাৰতীয় স্ব…