অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৃগাংক বৰা

মৃগাংক বৰা এজন ভাৰতীয়-অসমীয়া চলচ্চিত্ৰ পৰিচালক, লিখক আৰু প্ৰযোজক। তেওঁ ৰিয়াজ (চলচ্চিত্ৰ) খনৰ বাবে জনাজাত। এইখন তেওঁৰ প্ৰথম অসমীয়া ভাষাত লিখা, পৰিচালনা আৰু প্ৰযোজনা কৰা চলচ্চিত্ৰ। ছবিখনে ২০২১ বৰ্ষত ডিজিটেল মাধ্যম ৰীলড্ৰামাত মুক্তি লাভ কৰে।

হালনাগাদ: ২৪ জুলাই ২০২১ ৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মৃগাংক বৰা এজন ভাৰতীয়-অসমৰ চলচ্চিত্ৰ পৰিচালক, লিখক আৰু প্ৰযোজক। তেওঁ ৰিয়াজ (চলচ্চিত্ৰ) খনৰ বাবে জনাজাত। এইখন তেওঁৰ প্ৰথম অসমীয়া ভাষাত লিখা, পৰিচালনা আৰু প্ৰযোজনা কৰা চলচ্চিত্ৰ। ছবিখনে ২০২১ বৰ্ষত ডিজিটেল মাধ্যম ৰীলড্ৰামাত মুক্তি লাভ কৰে।১

তথ্যসূত্ৰ

  1. ↑ "ৰীলড্ৰামাত ৰিয়াজ।". www.rupaliparda.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃগাংক বৰা” প্ৰবন্ধৰ সংশোধন ২৮৭৭০১ (২৪ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।