মুনমুন দত্ত (Munmun Dutta; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী টেলিভিছন উদ্যোগত কাম কৰে।১ হিন্দী ভাষাৰ চিটকম তাৰক মেহতা কা উল্টা চশমাত ববিতা আয়াৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৮৭ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে, পশ্চিমবংগৰ দুৰ্গাপুৰত দত্তৰ জন্ম হৈছিল।২ তেওঁ ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩ কলিকতাত তেওঁ আকাশবাণী আৰু দূৰদৰ্শনৰ বাবে শিশু কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছিল।৪ ২০০৪ চনত, জী টিভিৰ ধাৰাবাহিক হাম সব বাৰাতীত অভিনয়েৰে তেওঁ অভিনয় জগতত পদাৰ্পণ কৰিছিল।৫ তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰ আছিল কমল হাছান অভিনীত মুম্বাই এক্সপ্ৰেছ নামৰ ছবিখনত। ২০০৬ চনত তেওঁ হলিডে নামৰ ছবিখনত অভিনয় কৰিছিল।৪
চলচ্চিত্ৰপুঞ্জী
টেলিভিছন
| বৰ্ষ | শিৰোনাম | ভূমিকা |
|---|---|---|
| ২০০৪ | হাম সব বাৰাতী | মিঠী |
| ২০০৮–বৰ্তমান | তাৰক মেহতা কা উল্টা চশমা | ববিতা কৃষ্ণণ আয়াৰ |
| ২০১৮ | ইণ্ডিয়ান আইডল ১০ | অতিথি |
| ২০২১ | কৌন বনেগা কৰোড়পতি ১৩ | |
| ২০২২ | বিগ বছ ১৫ | |
| দ্য খতৰা খতৰা শ্বʼ |
বঁটা আৰু মনোনয়ন
| বৰ্ষ | পুৰস্কাৰ | কৰ্ম | শিতান | ফলাফল | |
|---|---|---|---|---|---|
| ২০১৭ চনত | নিকেলʼডিয়ন কিডছ' চয়ছ এৱাৰ্ডছ ইণ্ডিয়া | তাৰক মেহতা কা উল্টা চশমা | প্ৰিয় অভিনেত্ৰী – টিভি | ৬ | |
| ২০১৮ | ৭ | ||||
| ২০১৯ | ৮ | ||||
| ২০২০ | গোল্ড গ্লেম এণ্ড ষ্টাইল বঁটা | ৱিমেন অফ চাবষ্টেন্স | |||
| ২০২১ | ভাৰতীয় টেলিভিছন একাডেমী বঁটা | তাৰক মেহতা কা উল্টা চশমা | পাৰ্শ্ব চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী | ৯ |
বিতৰ্ক
২০২১ চনত, তেওঁৰ বিৰুদ্ধে জাতিবিদ্বেষী গালি-গালাজ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে ইয়াৰ বাবে ক্ষমা খুজিছিল।১০ ২০২২ চনত, তেওঁক গ্ৰেপ্তাৰ কৰি জেৰা কৰা হয় যদিও পিছত মুকলি কৰি দিয়া হয়।১১
লগতে চাওক
- হিন্দী টেলিভিছন অভিনেত্ৰীসকলৰ তালিকা
তথ্যসূত্ৰ
- ↑ (10 November 2012). Taarak Mehta celebrates 1000 episodes. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (28 September 2020). Happy Birthday Munmun Dutta:बबीता जी बनकर लाखों फैंस के दिलों पर राज करती हैं मुनमुन दत्ता, यहां देखिए खूबसूरत तस्वीरें. Amar Ujala
- ↑ (7 October 2021). Dilip Joshi, Munmun Dutta; Educational qualification of the cast of Taarak Mehta Ka Ooltah Chashmah - Munmun Dutta. The Times of India
- ↑ (7 July 2020). Remember Munmun Dutta From Taarak Mehta Ka Ooltah Chashmah? Here's Why She's Trending
- ↑ (25 December 2020). Taarak Mehta Ka Ooltah Chashmah: इस शख्स की वजह से शो में हुई थी 'बबीता जी' की एंट्री, क्या आप जानते हैं?. Prabhat Khabar
- ↑ Nick India Announces Nickelodeon Kid's Choice Awards 2017 India Nominations
- ↑ (14 December 2018). Alia Bhatt and Varun Dhawan win big at Nickelodeon Kids' Choice Awards 2018. The Indian Express
- ↑ (18 December 2019). Nick India Announces Nickelodeon Kids' Choice Awards 2019 India Nominations
- ↑ Keshri, Shweta. (15 February 2021). ITA Awards 2021 full winners list out. Surbhi Chandna and Pratik Gandhi win big. India Today
- ↑ (13 May 2021). Actor Munmun Dutta booked under SC/ST Act. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (7 February 2022). 'TMKOC' fame Munmun Dutta aka Babita ji arrested. DNA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুনমুন দত্ত” প্ৰবন্ধৰ সংশোধন ৫৯৭৯১৫ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।