অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুনিন্দ্ৰ হাজং

মুনিন্দ্ৰ হাজং (Munindra Hajong) অসমৰ এগৰাকী তথা হাজং জনগোষ্ঠীৰ লোক-সংস্কৃতিবিদ, অভিনেতা, গায়ক। তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সমান্তৰাল কৈ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰতো স্বৰচিত গীত পৰিবেশন কৰি সুখ্যাতি অৰ্জন কৰিছিল।

হালনাগাদ: ২৫ জুলাই ২০২৫ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

মুনিন্দ্ৰ হাজং (Munindra Hajong) অসমৰ এগৰাকী তথা হাজং জনগোষ্ঠীৰ লোক-সংস্কৃতিবিদ, অভিনেতা, গায়ক। তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সমান্তৰাল কৈ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰতো স্বৰচিত গীত পৰিবেশন কৰি সুখ্যাতি অৰ্জন কৰিছিল। তেওঁ হাজং ভাষাৰ জনপ্ৰিয় চিনেমা "উজৗন চুলতৗ আৰ' ভাতি চুলতৗ" নামৰ কৌতুক ভৰা চিনেমাত বিশেষ চৰিত্ৰত অভিনয় কৰিছিল। মুনিন্দ্ৰ হাজঙৰ জন্ম ০১ জানুৱাৰী ১৯৫৩ চনত মেঘালয় ৰাজ্যৰ বালাট নামৰ ঠাইত জন্ম গ্ৰহণ কৰে। তেঁওৰ পিতৃৰ নাম আছিল মাধৱ হাজং আৰু মাতৃৰ নাম দ্ৰৌপদী হাজং। তেওঁৰ লোক-সংস্কৃতিক দিশত হাজং সমাজৰ বাবে মুনিন্দ্ৰ হাজঙে বহু অৱদান আগবঢ়াইছে।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুনিন্দ্ৰ হাজং” প্ৰবন্ধৰ সংশোধন ৫২৭৩৫০ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।