অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মুসাসা ভাষা

মুসাসা (উচ্চাৰিত মুচাচা) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ নেপালত ব্যৱহৃত। ই পূৰ্বী ভাৰতীয়-আৰ্য গোটৰো বিহাৰী উপ-গোটৰ অংশ। এই ভাষা ঘাইকৈ জনকপুৰ, কোশী আৰু সাগৰমথা অঞ্চলত ব্যৱহাৰ কৰা হয়। মুসাহাৰ জাতৰ লোকে ঘাইকৈ এই ভাষা ব্যৱহাৰ কৰে।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২৩ ৩৭ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

মুসাসা (উচ্চাৰিত মুচাচা) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ নেপালত ব্যৱহৃত। ই পূৰ্বী ভাৰতীয়-আৰ্য গোটৰো বিহাৰী উপ-গোটৰ অংশ। এই ভাষা ঘাইকৈ জনকপুৰ, কোশী আৰু সাগৰমথা অঞ্চলত ব্যৱহাৰ কৰা হয়। মুসাহাৰ জাতৰ লোকে ঘাইকৈ এই ভাষা ব্যৱহাৰ কৰে।

সম্পৰ্কিত শ্ৰেণী

ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুসাসা ভাষা” প্ৰবন্ধৰ সংশোধন ৩৯৭৭৭০ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।