মূৰাৰা (ইংৰাজী: Murara, Rangiya) হৈছে ৰঙিয়া চহৰৰ অন্তৰ্গত এখন চুবুৰীয়া গাঁও ই ৰঙিয়া সমজিলাৰ কামৰূপ জিলা আৰু বাক্সা জিলাত পৰে। ই ৰঙিয়া চহৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ২০১১ৰ লোকপিয়ল অনুসৰি মূৰাৰা ৰ মুঠ জনসংখ্যা হৈছে ৩,৭৩০।১ মূৰাৰা ৰ ওচৰৰ ৰে'ল ষ্টেচন টো হৈছে ৰঙিয়া জংচন ৰেল ষ্টেচন। মূৰাৰা ত অৱস্থিত ৰঙিয়া মহকুমাৰ মূখ্য কাৰ্যালয়।২৩৪৫৬
তথ্যসূত্ৰ
- ↑ https://pincodearea.in/MURARA-Pincode-PO-Rangia-SO | আহৰণ কৰা হৈছে: 24-04-2024
- ↑ https://geolysis.com/p/in/as/kamrup/rangia/murara | আহৰণ কৰা হৈছে: 24-04-2024
- ↑ https://www.census2011.co.in/data/village/302402-rangia-murara-assam.html | আহৰণ কৰা হৈছে: 24-04-2024
- ↑ https://villageinindia.com/india/India/assam/baksa/rangia/murara | আহৰণ কৰা হৈছে: 24-04-2024
- ↑ https://www.mappls.com/place: murara rangia assam 781354 | আহৰণ কৰা হৈছে: 24-04-2024
- ↑ https://www.accuweather.com/en/in/murara/rangia/weather-forecast/3160067 | আহৰণ কৰা হৈছে: 24-04-2024
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মূৰাৰা, ৰঙিয়া” প্ৰবন্ধৰ সংশোধন ৪২১০২৭ (১২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।