পদ্মশ্ৰী ড° মুস্তানছিৰ বাৰ্মা এগৰাকী প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিদ। তেওঁ পৰিসাংখ্যিক বল বিজ্ঞান ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে বিখ্যাত। বৰ্তমান তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান, মুম্বাইৰ সঞ্চালক। ১
বঁটা আৰু সন্মান
- Indian National Science Academy-ৰ যুৱ বিজ্ঞানী বঁটা (১৯৮০)।
- Indian Academy of Sciences-ৰ Associate (১৯৮৩-৮৬)।
- CSIR -ৰ দ্বাৰা পদাৰ্থবিজ্ঞানত শান্তি স্বৰূপ ভাটনাগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঁটা (১৯৯৫)।
- সন্মানীয় অধ্যাপক, জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ, বেংগালুৰু (১৯৯৮-২০০১)।
- DAE পদাৰ্থবিজ্ঞানত ৰাজা ৰামান্না বক্তৃতা পুৰস্কাৰ (২০০৪)।
- ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ এচ এন বোস Centenary Award (২০০৭)।
- Department of Science and Technology-ৰ জে চি বোস ফেল'শ্বিপ (২০০৭)।
- সপ্তম আব্দুচ চালাম সোঁৱৰণী বক্তৃতা, জামিয়া মিলিয়া ইছলামিয়া (২০০৯)।
- আৰ এছ গোয়ল পুৰস্কাৰ (২০০৬), ২০১০ চনত প্ৰদান কৰা হৈছিল।
- পদ্মশ্ৰী(২০১৩) ২
বাহ্যিক সংযোগ
- www.tifr.res.in/index.php/en/about-us/organisati টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান, মুম্বাইৰ সঞ্চালক
- www.tifr.res.in/index.php/en/about-us/organisati ড° মুস্তানছিৰ বাৰ্মাৰ ৱেবছাইট
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুস্তানছিৰ বাৰ্মা” প্ৰবন্ধৰ সংশোধন ১২৫১১৮ (২৪ জুলাই ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।